Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহনশীল মুখ্যমন্ত্ৰী: নিজ হাতেৰে দহন কৰিলে জব্দকৃত ড্ৰাগছ

আজি গোলাঘাটত উপস্থিত হ'য় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উপস্থিত হৈয়ে  গোলাঘাটস্থিত বগৰীজেং পুলিচ প্লে গ্ৰাউণ্ডত  অনুষ্ঠিত হোৱা এক সভাত বিগত মাহত জব্দ কৰা সমূহ ড্ৰাগছ নিজ হাতে অগ্নি সংযোগ কৰি বিনষ্ট কৰে। ড্ৰাগছৰ বিৰুদ্ধে  শূণ্য সহনশীল
Read More...

ক’ভিড-১৯ত স্বামীহাৰা ৩২ গৰাকী বিধৱা মহিলাক মন্ত্ৰী পিযুষ হাজৰিকাৰ চেক প্ৰদান

শণিবাৰে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ক’ভিড-১৯ ত স্বামীহাৰা হোৱা বিধৱা মহিলাসকলক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰে । বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বিশ্বনাথ জিলাৰ ৩২
Read More...

লাহৰীঘাটত ৬ জুৱাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ

আজি জুৱাৰীৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীৰ অভিযান।নিশা অভিযান চলাই লাহৰীঘাটৰ শিঙাহেৰুৱা গাঁৱৰ পৰা লাহৰীঘাটৰ ছয়জন জুৱাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।লগতে জুৱাৰী কেইটাৰ পৰা ৭,৪৫০ টকাসহ ছয় পেকেট তাচপাত উদ্ধাৰ কৰে।গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইটা হৈছে
Read More...

বৰনৰ্দ্দীত ক’ভিড জয় কৰা অশীতিপৰ বৃদ্ধাক স্বাস্থ্যকৰ্মীৰ সম্বৰ্ধনা

নলবাৰী জিলাৰ বৰনৰ্দ্দী নিবাসী এগৰাকী অশীতিপৰ ক’ভিড আক্ৰান্ত বৃদ্ধাই হেলাৰঙে নিজ ঘৰতে চিকিৎসাধীন হৈ থাকি ক’ভিড জয় কৰিবলৈ সক্ষম হোৱাৰ পাছত  স্থানীয় বৰনৰ্দ্দী বিনন্দ চন্দ্ৰ ডেকা সোঁৱৰণী সামুহিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ এটা দলে
Read More...

অসম বাজেট: প্ৰতিজন ক’ভিড ভুক্তভোগীৰ পৰিয়ালৰ বাবে ১ লাখ টকা, শিক্ষাৰ্থীৰ বাবে ফোন

অসমৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে বিধানসভাত ৫৬৬.২০ কোটি টকাৰ ঘাটি বাজেট উত্থাপন কৰে।ক'ভিড-১৯ মহামাৰীৰ দ্বাৰা হেৰুওৱা প্ৰতিটো সদস্যৰ পৰিয়ালক ১ লাখ টকাৰ আৰ্থিক সহায়ৰ দৰে বিভিন্ন সাহসী পদক্ষেপ বিধানসভাখনৰ।
Read More...

শিমলীতোলাত আৰক্ষীৰ চুলাইৰ ঘাটি উচ্ছেদ অভিযান

ৰাজ্যত অব্যাহত আছে চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান তেনে সময়তে নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী পূৱ গোৱালপাৰা জিলাৰ শিমলীতোলাত শুক্ৰবাৰৰ সন্ধিয়াত আৰক্ষীয়ে চলালে ব্যাপক অভিযান। গাঁৱে গাঁৱে ঘূৰি আৰক্ষীয়ে উৎখাত কৰিলে কেইবাটাও চুলাইৰ ঘাটি।
Read More...

ওৰাং,মাজবাট,ৰৌতাত গৰ্ভৱতী মহিলাৰ বিশেষ স্বাস্থ্য পৰীক্ষন

ওদালগুৰি জিলাৰ জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ১৬ জুলাইৰ পৰা ৩১ জুলাই লৈকে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ গৰ্ভৱতী মহিলা বিশেষ স্বাস্থ্য পৰীক্ষণ পষেক কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে । ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য
Read More...

এ এম চিত এশখন আই চি ইউ বিছনা যুৱৰাজ সিং ফাউণ্ডেচনৰ

 ডিব্ৰুগড়বাসীৰ বাবে বিশেষ উপহাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ। উত্তৰ-পূৱৰ ঐতিহাসিক চিকিৎসা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়লৈ ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াব এশ খন বিছনাযুক্ত আই চি ইউ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ বাবে কাম কৰি অহা
Read More...

চতিয়াত ‘এপাৰ্ট’ৰ দ্বাৰা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ শুভাৰম্ভ

কৃষি বিভাগৰ উদ্যোগত আৰু এপাৰ্টৰ সহযোগত যোৱা ১২ জুলাইত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প খনৰ শুভাৰম্ভ কৰা হয়৷ অসমৰ প্ৰতিখন জিলাক সামৰি আৰম্ভ কৰা এই আঁচনি খনত এইবাৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ আত্মসহায়ক গোট সমূহক সামৰি লোৱা হৈছে৷
Read More...

বন্ধন বেংকৰ লোণলৈ স্বাৱলম্বী খুটাবাৰীৰ পুষ্পলতা দাস

বৰ্তমান সময়ত বন্ধন বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা লোন লৈ গাৱঁৰ মহিলাসকলে বিভিন্ন জনে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে ৷চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰিছে
Read More...