Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

শুৱালকুছিত স্বাক্ষৰ অভিযানেৰে লাভলীনালৈ শুভেচ্ছা

জাপানৰ টকিঅ'ত ২৩ জুলাইৰ পৰা আৰম্ভ হ'ব বিশ্বৰ ক্ৰীড়া মহাৰণ অলিম্পিক। টকিঅ অলিম্পকলৈ ইতিমধ্যে ৰাওনা হৈছে ভাৰতীয় ক্ৰীড়াবিদসকল।অসমক বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত উজলাই তুলিবলৈ আসন্ন অলিম্পিকত বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই। বক্সাৰ
Read More...

হোজাইৰ শংকৰদেৱনগৰত মুখ্যমন্ত্ৰীৰ নিচাজাতীয় সামগ্ৰী দহন

হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ হাতত লোৱাৰে পিছত তেওঁৰ নিৰ্দেশত আৰক্ষী প্ৰশাসনে ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে বহুকেইজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম
Read More...

ননৈ নদীৰ গৰাখহঁ‌নীয়াত বিধ্বস্ত টংলাৰ ডলাগ্ৰেণ্ড গাওঁ

ওদালগুৰি জিলাৰ ৬৫ নং কলাইগাওঁ‌ বিধানসভা সমষ্টিৰ ভূঞাখাট ভিচিডিচিৰ অন্তৰ্গত ডলাগ্ৰেণ্ড গাওঁৰ কেইবাটাও পৰিয়াল ননৈ নদীৰ কৱলত বিধ্বস্ত  হ'ব ধৰিছে।দিনক দিনে ক্ৰমান্নয়ে বৃদ্ধিহৈ অহাঁ‌ গৰাখহনীয়াই প্ৰতিবছৰে গাওঁখনৰ এটা দুটা পৰিয়ালক উচ্ছেদ কৰি
Read More...

চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবে কলিয়াবৰত কৃত্ৰিম বান

অবৈজ্ঞানীক পৰিকল্পনাৰে নিৰ্মাণৰত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ অভিযোগ এতিয়া সৰ্বত্ৰে। কলিয়াবৰো ইয়াৰ ব‍্যতিক্ৰম নহয়। কলিয়াবৰৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ আঁসোৱাপূৰ্ণ নিৰ্মাণৰ ফল ভূগিছে পথৰ কাষৰ বাসিন্দাই। কলিয়াবৰ
Read More...

ঠেলাত চিকিৎসালয়লৈ প্ৰেৰণ গৰ্ভৱতী মহিলাক

ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নামত, জন-জাতিক সুৰক্ষিত কৰাৰ নামত কিমান শৰাধ কৰিব চৰকাৰী ধন? ৰাজ‍্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্ব শাসনৰ ব‍্যৱস্থা কৰিছে যদিও কিমান সফল এই ব‍্যৱস্থা? বছৰ-বছৰ ধৰি নগাঁও জিলাৰ সীমামূৰীয়া কাৰ্বি-আংলং
Read More...

কলিয়াবৰ প্ৰেছ ক্লাৱৰ বিশেষ পদক্ষেপ

 উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সমবায় খণ্ডৰ একমাত্ৰ এসময়ৰ লাভজনক উদ্যোগটোৱে বিগত প্ৰায় দুবছৰ ধৰি অদক্ষ পৰিচালনা, অদূৰদৰ্শী সিদ্ধান্ত তথা গ্ৰহনীয় কিছুমান নীতিৰ বাৱেই লোকচানৰ সন্মুখীন হৈ আহিছে। বৰ্তমান কলটোৱে মৰাপাট যোগনিয়াৰ সকলক অনাদায় হৈ
Read More...

মাজবাটৰ কলামনিপাৰাৰ বিউটি দৈমাৰীৰ ক’ভিড-১৯ত মৃত্যু

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰৰ অন্তৰ্গত অৰুণাচল সীমান্তবৰ্তী গাওঁ কলামনিপাৰাৰ বাসিন্দা প্ৰেমসিং ইছলাৰীৰ পত্নী বিউটী দৈমাৰীৰ(৪০) ১৭ জুলাইত ক'ভিড১৯ ত আক্ৰান্ত হৈ মৃত্যু হয় ৷জানিব পৰা মতে মহিলা গৰাকী আজি কিছুদিন ধৰি
Read More...

লাহদৈগড়ৰ আৰক্ষী বিষয়া সঞ্জয় ৰয়ৰ বৃহৎ সাফল্য

সমগ্ৰ ৰাজ্যতে অসম অৰক্ষীৰ অভিযান সমূহ সফল হৈছে।লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সজ্ঞয় ৰয়ৰ নেতৃত্বত সুৰা আৰু অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজি পুৱা ভাগত চটাই,চেনিজান ,তিনিকুৰীয়া আদি অঞ্চল সমূহত অভিযান চলাই
Read More...

মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ মাতৃগোটৰ অনুদান

ক'ভিড কালিন পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যৰ জনতাক সহায়ৰ হাত আগবঢ়াব অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীয়ে। সেয়ে মুখ্যমন্ত্ৰীৰ আহ্বানক সন্মান জনাই কামৰূপ জিলাৰ বকো প্ৰাথমিক শিক্ষা খণ্ডৰ অধিনৰ বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ মাতৃগোটে আজি একগোট
Read More...

এসময়ৰ ৰাজ্যিক পৰ্যায়ৰ মহিলা এথলিট: তাঁত শাল বই কটাইছে জীৱন

এসময়ৰ এথলিট হিচাপে পৰিচিত আছিল  নাম নিজৰা দাস। প্ৰচাৰ বিমুখ খেলুৱৈ গৰাকীৰ নাই কোনো চৰকাৰী চাকৰি  ৷ খেলুৱৈ হিচাপে অনেক কৃতিত্বৰ দাবীদাৰ বহু যুৱক-যুৱতীয়ে অসম চৰকাৰৰ পৰা নাপায় উপযুক্ত মৰ্যাদা ৷ স্ব-প্ৰতিভাৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰক সমৃদ্ধ
Read More...