Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

বকোত বি জে পি চৰকাৰৰ সৰ্বাঙ্গীন উন্নয়ণৰ ফোপোলা স্বৰূপ উদঙাইছে শালমাৰা বাসীয়ে।

ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সাংসদ ; মন্ত্ৰী তথা বিধায়ক সকলে ঘোষণাৰ উপৰিও ঘোষণা কৰি থকা কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ অতি গুৰুত্বপূৰ্ণ যাতায়তী সমস্যাৰ শালমাৰা পাৰ ঘাট দলং আজিও নিৰ্মাণ নহ'ল। বছৰৰ পাছত বছৰ ধৰি
Read More...

মালিগাঁওৰ পাহাৰীয়া অঞ্চলত ১৫ টা চুলাই মদৰ ভাটী ধ্বংস

ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ভাটীত বিয়লিৰ পৰা নিশালৈ হোৱা সুৰাপায়ীৰ ভীৰ আৰু এনে ভীৰৰ পৰাও  ক'ভিডৰ সংক্ৰমণ হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেবাজনো মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত আৱকাৰী বিভাগে ৰাজ্যজুৰি চুলাই মদৰ ভাটীত
Read More...

দীপৰ বিলত ধোঁৱাচাঙত ক’ভিড বিধি

ৰাজ্য চৰকাৰে ক'ভিডৰ সামাজিক  সংক্ৰমণ ৰোধৰ বাবে বিগত এপ্ৰিল মাহৰ শেহৰ পৰা সান্ধ্য আইনকে ধৰি  কেতবোৰ বাধা নিষেধ আৰোপ কৰিছে । তাৰ ভিতৰত প্ৰথমটোৱেই হৈছে যিকোনো সমাগম এৰাই চলা  । কিন্ত ৰাজ্যৰ আন ভিতৰুৱা অঞ্চলটো বাদেই খোদ গুৱাহাটী মহানগৰীৰ দীপৰ
Read More...

ছেল্ফি উঠিলে মধ্যপ্রদেশৰ মন্ত্রীক দিব লাগিব ১০০ টকাকৈ!

মধ্যপ্রদেশৰ বিজেপি মন্ত্রী এগৰাকীয়ে তেওঁৰ সৈতে ছেলফি উঠিব বিচৰা লোকৰ পৰা ১০০ টকাকৈ দাবী কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ঊষা ঠাকুৰ নামৰ মন্ত্রীগৰাকীয়ে কালি উল্লেখ কৰে যে যিসকলে তেওঁৰ লগত ছেল্ফি উঠিব তেওঁলোকে ১০০ টকাকৈ আদায় দিব লাগিব
Read More...

চন্দ্রপুৰৰ জৈৱ–বৈচিত্র্য ধ্বংস কৰিবলৈ দিয়া নহ’ব

ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে গ্রহণ কৰা প্রতিবাদী সমাৱেশত ড০ সমুজ্জ্বল ভট্টাচার্য চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত দেওবাৰে প্রতিবাদী সমাৱেশ অনুষ্ঠিত হয়৷ পুৱা ১১ বজাৰ পৰা চন্দ্রপুৰৰ প্রতিখন গাঁৱৰ শ শ লোকে নাম গাই,
Read More...

আজিৰে পৰা লোকসভা–ৰাজ্যসভাৰ বর্ষাকালীন অধিৱেশন

আজিৰে পৰা সংসদৰ বর্ষাকালীন অধিৱেশনৰ পূর্বে দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সর্বদলীয় বৈঠক৷ এই বৈঠকত অংশগ্রহণ কৰে ৩৩টা দলৰ ৪০গৰাকীকৈ অধিক নেতাই৷ সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে সংবাদ মাধ্যমৰ আগত সদৰী
Read More...

চিলাপথাৰত ব্রাউন চুগাৰ, নগদ ধনসহ দুইজনক কৰায়ত্ত

ধেমাজি আৰু চিলাপথাৰ আৰক্ষীৰ যুটীয়া অভিযানত দেওবাৰে দুজন যুৱকক আটক কৰাৰ লগতে ১৮.৮ ওজনৰ গ্রাম ব্রাউন চুগাৰ আৰু ৯ হেজাৰ ২৮০ টকা, এটা খালী চিৰিঞ্জ, এখন হিৰ’ বাইচাইকেল আৰু দুটা ম'বাইল ফোন জব্দ কৰে। ধেমাজি গােহাঁই গাঁৱৰ কেশৱ বুঢ়াগােঁহাইৰ পুত্র
Read More...

বুকুত অযুত সপোন বান্ধি টকিঅ’ত লাভলীনাঃ অসমবাসীৰ শুভকামনা লাভলীনাৰ শিৰত

বিশ্বৰ সর্বশ্রেষ্ঠ ক্রীড়াবিদৰ শ্রেষ্ঠত্ব অর্জনৰ যুঁজ অলিম্পিক৷ শতাব্দী প্রাচীন এই অলিম্পিক গেমছক কোৱা হয় বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ৷ প্রতি চাৰি বছৰৰ মূৰে মূৰে আয়োজিত অলিম্পিকৰ সুবৃহৎ মঞ্চত পদক জয়েৰে দেশ আৰু জাতিলৈ গৌৰৱ কঢ়িওৱাৰ
Read More...

প্ৰকাশ পালে SOP; ঈদক লৈ কি নতুন নিদেৰ্শনা SOPত?

ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি ঘোষণা কৰা নতুন SOP অহা মঙলবাৰ (২০ জুলাই/২০২১)ৰ পুৱা ৫ বজাৰ পৰা এসপ্তাহলৈ প্ৰযোজ্য হ’ব। মৰিগাঁও আৰু গোৱালপাৰা জিলাত লকডাউন শিথিল কৰি দুপৰীয়া ১২ বজালৈকে সকলো কাৰ্যালয় আৰু দোকান, জিলাৰ
Read More...

উজনি আৰু নামনিৰ মুছলমানৰ মাজত আছে পাৰ্থক্য, উজনিৰ মুছলমানসকল খিলঞ্জীয়া মুছলমানঃ মুখ্যমন্ত্ৰী

সোমবাৰে সদনৰ মজিয়াত জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত আলোচনা কৰা হয়। এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো নিজৰ বক্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয় যে, 'অসমত মুছলমানসকল দুটা ভাগত আছে ৷ সাংস্কৃতিক ভাৱে দুটা ভাগত আছে মুছলমানসকল ৷
Read More...