Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

ব্যতিক্ৰমী ৰূপত কণ কণ ছাত্ৰ-ছাত্ৰী

ভয়াবহ কৰ'না ভাইৰাছৰ সামাজিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে সমগ্ৰ ৰাজ্য কিম্বা ৰাজধানী মহানগৰীৰ শিক্ষানুষ্ঠান সমূহ । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বৰ্তমান অব্যাহত আছে অনলাইন শিক্ষা ব্যৱস্থা । ইয়াৰ মাজতেই
Read More...

যুৱ – ছাত্ৰ পৰিষদৰ সহযোগত বাঁহগড়া নাট্য মন্দিৰত ক’ভিড – ১৯ প্ৰতিষেধক টিকাকৰণ

নাজিৰা স্বাস্থ্য বিভাগৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ সহযোগত ২০ জুলাইত বাঁহগড় নাট্য মন্দিৰত ক'ভিড - ১৯ৰ প্ৰতিষেধক টিকাকৰণ প্ৰদান কৰা হয়।আজিৰ প্ৰতিষেধকৰ টিকাকৰণ প্ৰদান কৰা শিৱিৰটিত স্বাস্থ্য বিভাগৰ তৰফৰ
Read More...

হৰেকৃষ্ণ মহন্ত আতাই জীৱিত অৱস্থাত লাভ কৰা সন্মান-সম্বৰ্দ্ধনা-বঁটা সমুহৰ বিৱৰণ:–

হৰেকৃষ্ণ মহন্ত আতাই জীৱনত প্ৰথম বাৰৰ বাবে ২০০৬ চনত শ্ৰীমন্ত শংঙ্কৰদেৱ সত্ৰ সমিতি দৰঙৰ পৰা আনুষ্ঠানিক ভাৱে "ভকত শিৰোমণি" উপাধি লাভ কৰে।এয়াই আছিল তেওঁৰ উপাধি বা অভিধা তথা বঁটা লাভৰ যাত্ৰি। ইয়াৰ পিছত তেওঁ একাধিক ভাৱে ২০১১ চনত ভাৰতীয় দলিত
Read More...

ওৰাং চাৰিআলিত ঈদৰ বজাৰত ক’ভিড প্ৰট’কল ধোঁৱা চাঙত

অতিমাৰী কৰ’ণাক লৈ সমগ্ৰ দেশ চিন্তিত হৈ থকাৰ সময়ত ওদালগুৰি জিলাৰ ওৰাঙ চাৰিআলি আজি দুদিন ধৰি সাপ্তাহিক বজাৰলৈ ৰূপান্তৰিত হোৱাত সচেতন মহলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷চৰকাৰৰ কঠোৰ নীতি নিয়ম ভৰিৰে মোহাৰি কি ক্ৰেতা কি বিক্ৰেতা সকলোৱে কভিড
Read More...

মূল্য বৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়ীৰ প্ৰতি কঠোৰ সকিয়নী জিলা উপায়ুক্তৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ক'ৰনাৰ উদ্বেকজনক গণ সংক্ৰমণৰ মাজতে হ'ম ডেলিভাৰী কৰি অহা একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাত সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ। ফলস্বৰুপে জামুগুৰিহাটত মূল্য বৃদ্ধি ঘটোৱা এই সকল অসাধু
Read More...

জামুগুৰিহাটত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ পদসঞ্চালন

ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বৰ্তমান অধিক ভয়াবহ হৈ উঠিছে ক’ভিডৰ গণ সংক্ৰমণ।শোণিতপুৰ জিলাৰ ভিতৰতে বৰ্তমান আক্ৰান্তৰ হাৰ সৰ্বাধিক হোৱা জামুগুৰিহাটৰ গ্ৰামাঞ্চললৈকে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত শোণিতপুৰ জিলাৰ
Read More...

প্ৰাকৃতিক ৰঙেৰে ভাওনা দৃশ্য ‘নৃসিংহ যাত্ৰা’ অংকন

অসমীয়া জাতি যি চিত্ৰকলা, সংস্কৃতি তথা গুৰু দুজনাৰ যি মহত্ত্ব অৱদান 'ভাওনা'ক বিশ্বমুখী কৰাৰ উদ্দেশ্যে আগত ৰাখি প্ৰাকৃতিক ৰঙেৰে সৰ্বাধিক দৃশ্য অংকিত কৰিলে শিৱসাগৰৰ এগৰাকী ছাত্ৰীয়ে। মুঠ ৭৩ টা ছবিৰে "নৃসিংহ যাত্ৰা " ভাওনাখন সকলো ব‍্যক্তিয়ে
Read More...

ৰৌতা আৰক্ষী থানাত নতুন আৰক্ষী বিষয়াৰ দায়িত্ব গ্ৰহণ

অসম চৰকাৰৰ এক নিৰ্দেশ মৰ্মে ওদালগুৰি জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ এলেকাসহ ওদালগুৰি  সদৰ  আৰক্ষী থানাৰ  আৰক্ষী বিষয়া মলয়  কুমাৰ  আচাৰ্যই   ৰৌতা  আৰক্ষী থানালৈ  বদলি হৈ আহে  । সেয়েহে ৰৌতা আৰক্ষী  থানাৰ  নতুন   ভাৰপ্ৰাপ্ত  আৰক্ষী  বিষয়া
Read More...

নৈশ বাছ সেৱাৰ টিকট কাউন্টাৰৰ যুবক সকলৰ পানীত হাঁহ নচৰা অৱস্থা

নাই  মোমাইতকৈ কণা মোমাই সাৰ,  এই আপ্তবাক্য  শাৰী প্ৰযোজ্য হৈছিল বিগত বছৰৰ মহামাৰী কৰ'নাৰ সময়ত । কিয়নো ৰাজ্য চৰকাৰে মহামাৰী কৰ'নাৰ লকডাউনৰ সময় চোৱাত  প্ৰায় সংখ্যক লোকৰ একাউণ্টত ৫০০ শ টকা দিয়াৰ উপৰিও বিনামূলীয়া চাউল আৰু চৰকাৰী কৰ্মচাৰী
Read More...

ক’ভিড যুঁজত মাজবাটৰ আদৰ্শ মুলক বাহিপুখুৰী চাহ বাগিছা

ওদালগুৰি জিলাৰ ভিতৰতেই মাজবাটৰ নিলগৰ ধনশ্ৰী টি কোম্পানীৰ উল্লেখযোগ্য আৰু  প্ৰশংসনীয়  চাহ বাগিচা হৈছে বাহিপুখুৰী চাহ বাগিচা । বৰ্দ্ধিত মহামাৰী ক'ভিড কালত অসমৰ বহু চাহ বাগিচাৰ  শ্ৰমিকে ক'ৰোণা সংক্ৰান্তত প্ৰচাৰ হৈ থকা কিছুমান উৰা বাতৰিত ভুল
Read More...