Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

বৰপথাৰৰ বিশিষ্ট ব্যৱসায়ী প্ৰদিপ বৰবৰাৰ দেহাৱসান।

 গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ নিবাসী তথা সমগ্ৰ অঞ্চলটোৰ বিশিষ্ট ব্যৱসায়ী প্ৰদীপ বৰবৰা(৫৯)ৰ ১৮ জুলাইৰ গধুলি প্ৰায় ৭-৪৫ বজাত দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটাত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চলটো।জানিব পৰা মতে,বিশিষ্ট ব্যৱসায়ী গৰাকীয়ে যোৱা
Read More...

মাজুলীৰ মূল প্ৰৱেশ পথ ৰাজপথ নহয় যেন মুকলি শৌচালয়হে

মাজুলীৰ প্ৰধান গেটৱে অৰ্থাৎ প্ৰধান প্ৰৱেশ পথ কমলাবাৰীঘাটৰ পৰা কমলাবাৰী পথটো এই বাৰিষা মুকলি শৌচালয়লৈ যেন পৰিণত হৈছে। পথটোৰ দুয়ো দাঁতিৰে এশ আশী ঘৰ মানুহৰ বসতি। সেইসকলৰ প্ৰস্ৰাৱ-পায়খানাৰ বাবে চল্লিছটা শৌচালয়। ইয়াৰে চাৰিটা ৰাজহুৱা
Read More...

অসম চৰকাৰৰ ঋণ ৬৭,০৫৪.০২ কোটি টকাঃ বিত্তমন্ত্রী

বিগত ২০২০ চনৰ ৩১ মার্চ পর্যন্ত অসম চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে ৬৭,০৫৪.০২ কোটি টকা৷ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্ণৰ উত্তৰ দি মঙলবাৰে সদনত এই তথ্য সদৰী কৰে বিত্তমন্ত্রী অজন্তা নেওগে৷ তদুপৰি ২০১৯–২০ বিত্তীয় বর্ষৰ ৩১ মার্চত অসম চৰকাৰৰ
Read More...

লকডাউনৰ মাজতে ঈদ উদযাপন : সমুহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ

আজি পৱিত্ৰ ঈদ-উল-আজহা! সমগ্ৰ বিশ্বৰ লগতে আজি নদুৱাৰ অঞ্চলতো ইছলাম ধৰ্মালম্বী লোকসকলে ঈদ পালন কৰা দেখা যায়। অৱশ্যে,বিগত দিনৰ পৰম্পৰাগত ভাবে পালন কৰি অহা ঈদ-উল-আজহা ভাগ উলহ মালহৰ পৰিৱৰ্তে অনুষ্ঠুপীয়াকৈ আয়োজন কৰা পৰিলক্ষিত হৈছে।
Read More...

দহ বছৰে মুকলি নহল ধৰ্মপুৰ সমষ্টিৰ শিমলীয়া পানী যোগান আঁচনি কেন্দ্ৰটো : বিশুদ্ধ খোৱা পানী যোগানৰ পৰা…

নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বেলশৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অন্তৰ্গত চামতাৰ শিমলীয়া গাঁওত দহ বছৰ পূৰ্বে নিৰ্মাণ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ কেন্দ্ৰটো আজিও মুকলি নহ'ল  ।আৰু এতিয়া হাবি- জংঘলে আগুৰি
Read More...

দুমুনীচকীৰ ঈদগাহ ময়দান আৰু মছজিদ সমূহত দেখা গল এক নিমাও মাও পৰিবেশ

আজি পবিত্ৰ ঈদ-উল-আজহা।  ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই প্ৰতি গৰাকী ইছলাম ধৰ্মালম্বী লোকে
Read More...

বৰছলাৰ তেলীয়াগাৱত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰা-খহনীয়া৷খহনীয়াগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৃষক শ্ৰমিক সুৰক্ষা…

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ তেলীয়াগাৱঁত মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে তীব্ৰ গৰা-খহনীয়াৰ সৃষ্টি কৰিছে৷বিগত কেইবাবছৰ ধৰি গৰা-খহনীয়া অব্যাহত থকাত উক্ত এলেকাটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে মহাবাহু
Read More...

শাওনৰ পথাৰৰ নাঙলৰ শিৰলুত সপোন ৰচাত ব্যস্ত মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী

যোৰহাট জিলা মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী । নাম ৰিমঝিম দত্ত। ঘৰ টীয়কৰ মেলেং গায়ন গাঁৱত । ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰিমঝিমে চৰকাৰী চাকৰিৰ আশাত ৰৈ নাথাকি স্বাৱলম্বী হ'বৰ বাবে ঘৰতে থলুৱা প্ৰজাতিৰ মাছ ,  মুৰ্গী পালন ওপৰিও চাহ
Read More...

বিশ্বনাথ জিলাত কেঁচা চাহ পাতৰ মূল্য হ্ৰাস

ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বিশ্বনাথ জিলা খনত ৮০% লোকে ক্ষুদ্ৰ চাহ খেতিয়কে জাতীয় অৰ্থনীতিলৈ অবদান আগবঢ়াই আহিছে। জিলা খনত ক্ষুদ্ৰ চাহ খেতিৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জৰিত হৈ আছে ৩০ হেজাৰ ৰৰো অধিক লোক" কিন্তু এই চাহ
Read More...

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গো সংৰক্ষণৰ বাবে কঠোৰ ব্যৱস্থা

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাজেৰে অবৈধভাৱে গৰুৰ সৰবৰাহ বন্ধ কৰাৰ লগতে বিধান সভাত গো সংৰক্ষণ বিধেয়ক উত্থাপন কৰাক লৈ চুবুৰীয়া  ৰাজ্য মেঘালয়ত বিভিন্ন দল সংগঠনে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিন্তু তাৰ  মাজতে
Read More...