Breaking

Browsing Category

ৰাজনীতি

২৬ ডিচেম্বৰত অসমলৈ আহিব অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৬ ডিচেম্বৰত অসম লৈ আহিব । বিজেপি-ইউ পি পি এল-জিএছপি একত্ৰিত হৈ বডোলেণ্ড টেৰিটৰিকেল কাউন্সিল (বিটিচি) গঠনৰ পিছতে শ্বাহৰ ৰাজ্য ভ্ৰমণ গুৰুত্বপূৰ্ণ হৈ পৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁৰ অসম ভ্ৰমণৰ সময়ত
Read More...

অহা ১৭ ডিচেম্বৰত ৰাজহুৱা বন্ধৰ দিন ঘোষণা, ক’ত আৰু কিয় ?

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ জিলাৰ ৩৬ টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ । মুঠ ১২৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩,০৮,৪০৯ জন ভোটাৰে । তিৱা
Read More...

আজি তিৱা স্বায়ত্ব পৰিষদৰ ভোটগ্ৰহন; তিৱা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ নগাঁও জিলা প্ৰশাসনৰ : ১৯…

নগাঁও, ১৬ ডিচেম্বৰ : তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নগাঁও জিলা প্ৰশাসনে। নগাঁও জিলাৰ অন্তৰ্গত ১০টা পৰিষদীয় সমষ্টিৰ বাবে ইতিমধ্যে নগাঁও চহৰৰ ডচন হাইস্কুলত নিৰ্মান কৰা হৈছে ষ্ট্ৰং ৰুম। ইপিনে,  তিৱা
Read More...

বৃহস্পতিবাৰে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

মধ্য অসমৰ টিৱা অঞ্চল সমূহত কালিলৈ ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন । তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ জিলাৰ ৩৬ টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ । মুঠ ১২৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব
Read More...

তিৱা স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনৰ বাবে হোজাই জিলা প্ৰশাসনৰ বন্ধৰ দিন ঘোষণা

হোজাই, ১৬ ডিচেম্বৰ: তিৱা স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনী জিলাৰ অধীনত থকা ২৭ নং কাকী (মুক্ত) সমষ্টি এলেকাত ভোট গ্ৰহণৰ দিনা অৰ্থাত্ ১৭ ডিচেন্বৰ ২০২০ তাৰিখৰ দিনটো ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। ইয়াৰ বাবে হোজাই জিলা দণ্ডাধীশ ডাঃ
Read More...

আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰবাসী অসমীয়াই পাব ভোটাধিকাৰ

আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰবাসী অসমীয়াই পাব ভোটাধিকাৰ। এই নিৰ্বাচনত কেৱল অসমেই নহয়; পশ্চিম বংগ, কেৰালা, তামিলনাডু তথা পুডুচেৰীৰ নিৰ্বাচনত Postal Ballot ৰ ব্যৱস্থা প্ৰৱাসী ভাৰতীয় সকললৈও সম্প্ৰসাৰণ কৰিব বিচাৰিছে । এই প্ৰস্তাৱৰ
Read More...

দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত…

গুৱাহাটীত উপস্থিত  বিজেপিৰ অসমৰ প্ৰভাৰী বজয়ন্ত পাণ্ডা ।দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আজি  লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰত দলীয় কৰ্মীয়ে আদৰণি জনায়
Read More...

মেলেঙীয়াল গাঁওত অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন

মদাৰখাত, ১৬ ডিচেম্বৰ : ডিব্ৰুগড়ৰ জিলা লাহোৱাল বিধানসভা সমষ্টিৰ তথা মদাৰখাত মৌজাৰ অন্তৰ্গত ঐতিহাসিক মেলেঙীয়াল গাঁও শ্ৰীশ্ৰী অনিৰুদ্ধ মায়ামৰা নামঘৰলৈ অসম দৰ্শন আঁচনি জৰিয়তে আগবঢ়োৱা দহ লাখ টকাৰ আঁচনি কামৰ আজি ধৰ্মীয় তথা মাংগলিক কৰ্মৰে
Read More...

ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’, দুৰদৰ্শন কেন্দ্ৰক কেৱল ৰিলে কেন্দ্ৰ হিচাপে পুনৰ নিৰ্ণয়…

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালে সৰ্বোচ্চ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱাদেকাৰলৈ পত্ৰযোগে ডিব্রুগড়ৰ অ'ল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শন কেন্দ্ৰৰ বৰ্তমানৰ স্থিতি বাহাল ৰাখিবলৈ অনুৰোধ জনাইছে । সোনোৱালে ডিব্রুগড়ৰ অ'ল ইণ্ডিয়া
Read More...

বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে বিজয় দিৱসৰ অনুষ্ঠানত দেশীবাসীলৈ শুভেচ্ছা জনায় । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ১৯৭১ চনৰ ৫০ তম বৰ্ষপুৰ্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন
Read More...