গ্ৰাম্যৰ্থ

হিজাব সম্পৰ্কে কি কলে মিছ ইউনিভাৰ্ছ হৰনাজ কৌৰ সান্ধুৱে

মিছ ইউনিভাৰ্ছ হৰনাজ কৌৰ সান্ধুৱে হিজাব গোচৰটোৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে যদি ছোৱালী এজনীয়ে হিজাব পিন্ধে, এয়া তাইৰ পছন্দ। হৰনাজ...

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷

মৰিগাঁও জিলাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ প্ৰাংগনত বুধবাৰে তিৱা ছাত্ৰ সন্থাৰ বহু কেইটা দাবী উত্থাপন কৰি এক ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ মধ্য...

মীৰাবাই চানুৰ বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটা লাভ

মীৰাবাই চানুৱে বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটা লাভ কৰে । ভাৰতীয় ভাৰোত্তোলক চাইখোম মীৰাবাই চানুক 'বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ(ইচডব্লিউওটিৱাই)'ৰ...

শিৱসাগৰত জয়মতী কোঁৱৰীৰ ৩৪২ সংখ্যক মৃত্যু দিৱস পালন

আজি মহাসতী জয়মতীৰ ৩৪২ সংখ্যক মৃত্যু দিৱস।সতী জয়মতীৰ আত্মবলিদান অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়।লৰা ৰজাৰ কুশাসনৰ পৰা দেশ মুক্ত কৰিবৰ বাবে তঙংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰ...

চৰকাৰৰ বিৰোধী শ্ল’গানেৰে মহানগৰীত উত্তাল প্ৰতিবাদ

চৰকাৰৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ মহানগৰীত । গুৱাহাটী ক্লাৱত CITU ৰ প্ৰতিবাদ । বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন...

Popular