Breaking

Browsing Category

গ্ৰাম্যৰ্থ

লিডু-মাৰ্ঘেৰিটাৰ পৰা অব্যাহত অবৈধ কয়লাৰ ব্যৱসায়ৰ চি বি আই তদন্ত দাবী : গুৱাহাটীত আৰক্ষীয়ে জব্দ কৰা…

ডিৰাক সীমান্ত আৰু কাকপথাৰ সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা কভিড-১৯ত আক্ৰান্তৰ সংখ্যা  বৃদ্ধি পোৱাত এই কালৰূপী ভাইৰাছবিধৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ চৰকাৰে তলাবন্ধৰ জৰিয়তে অধিকাংশ কামকাজ বন্ধ কৰাৰ আহ্বান জনাইছে। কিন্তু এনে সময়ছোৱাতো
Read More...

গুৱাহাটীত সুযোগ লৈছে অসাধু ব্যৱসায়ীয়ে। মাছ-মাংসৰ লগতে হুৰা-হুৰে বাঢ়িছে সামগ্ৰীৰ দাম। ব্ৰইলাৰৰ কিলো…

দৈনন্দিন বাৰ্তা প্ৰতিবেদন চাহিদা কম,যোগান সীমাহীন।অৰ্থনীতিৰ সূত্ৰমতে যোগান বাঢ়িলে আৰু চাহিদা হ্ৰাস পালে সামগ্ৰীৰ দাম হ্ৰাস পায়।কিন্তু ওলোটা হৈছে অসমত।এইকেইদিন গুৱাহাটীত বাঢ়িছে কৰ'না সংক্ৰমণৰ সংখ্যা।ফলত আতংকিত হৈছে মহানগৰবাসী। বজাৰ
Read More...

কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহজিলাৰ গোলাঘাট মাৰ্কেটিং ব’ৰ্ডত বিয়াগোম কেলেংকাৰীঃ তিনিজনক নিলম্বন

গোলাঘাট এটকা-দুটকা নহয় গোলাঘাটৰ মাৰ্কেটিং ব’ৰ্ডত সংঘটিত হৈছে তিনি কোটিৰো অধিক টকাৰ বিয়াগোম কেলেংকাৰী। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহজিলাত সংঘটিত হোৱা এই বৃহৎ কেলেংকাৰীয়ে জোকাৰণিৰ সৃষ্টি কৰিছে বিভাগটোৰ লগতে সমগ্ৰ ৰাজ্যত। প্ৰাপ্ত খবৰ
Read More...

ভোট-জলকীয়াৰ খেতিৰে স্বাবলম্বী হৈছে টীয়কৰ এটা পৰিয়াল

টীয়ক ভোট-জলকীয়াৰ খেতি কৰি এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে টীয়কৰ কাৱৈমাৰীৰ এটা পৰিয়ালে। লকডাউনৰ ফলত সৰ্বত্ৰে হাহাকাৰ পৰিস্থিতিৰ বিপৰীতে টীয়কৰ অনুজ বৰুৱা আৰু তেওঁৰ মাতৃ-পত্নীয়ে নিজৰ বাৰীতে ভোট-জলকীয়াৰ খেতি কৰি আৰ্থিকভাৱে
Read More...

২০২১ত বন্দী কলং মুক্ত হ’ব,নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়াৰ সপোন পূৰ্ণ হ’ব : জলসম্পদ মন্ত্ৰী…

কলিয়াবৰ "২০২১ত বন্দী কলং মুক্ত হ'ব, নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়াৰ সপোন পূৰ্ণ হ'ব।" এই মন্তব‍্য জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ। কলিয়াবৰ তথা নগাঁও জিলাবাসীৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে আগবাঢ়িছে। কলিয়াবৰ মহকুমাৰ ব্ৰহ্মপুত্ৰৰ
Read More...

দৰঙত মন্ত্ৰী নৱ দলে : গ্ৰামোন্নয়ন বিভাগত কম-বেছি পৰিমানে চলিছে দুৰ্নীতি

মঙলদৈ শনিবাৰে দৰঙৰ উপায়ুক্তৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী নৱ দলে স্বীকাৰ কৰিলে বিভাগটোত চলি অহা বিয়াগোম দুৰ্নীতি৷ মন্ত্ৰী দলে বিজেপি দলৰে বিধায়ক শিলাদিত্য দেৱে হোজাইত কৰা মন্তব্যৰ
Read More...

দৰঙত প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : পঞ্চায়ত প্ৰতিনিধিৰ চৰকাৰী চাকৰিয়াল…

দৰং দৰঙত প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ আঁচনিত ব্যাপক দূৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে৷ কৃষাণ সন্মান নিধি আঁচনিখনৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰায়েই আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মূল লক্ষ্য। কিন্তু এই আঁচনিখনত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ
Read More...

ৰেচনকাৰ্ড থকা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ জিলা প্ৰশাসন

নাজিৰা শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ ( এন এফ এছ এ ) আঁচনিৰ অধীনত পৰিয়াল পৰিচয় পত্ৰ তথা ৰেচন কাৰ্ড আহৰণ কৰা আৰ্থিকভাৱে সচ্ছল অযোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তনৰ ব্যৱস্থা কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। জিলাখনৰ বিভিন্ন
Read More...

হোজাইত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ ওপৰৰ পৰা তললৈ গেলিছে : শিলাদিত্য দেৱ

লংকা পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ হোজাই সমষ্টিৰ দুই উন্নয়ন ব্লকত আঁচনিসমূহত সম্পূৰ্ণ দুৰ্নীতি হোৱা কথা স্বীকাৰ কৰিছে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে। বিজেপিৰ এজন নেতাই গুৱাহাটীত থাকিয়েই হোজাইত এই দুৰ্নীতি চলাই
Read More...

হাজোৰ পথাৰ পৰিভ্ৰমণ কৃষি মন্ত্ৰী অতুল বৰাৰ

গুৱাহাটী আজি কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু বিভাগীয় বিষয়া সহ হাজোৰ ৰামদিয়া আৰু বঙালপাৰা অঞ্চল পৰিদৰ্শন কৰি কৃষক সকলৰ সমস্যাৰ বুজ লয়। মন্ত্ৰী বৰাই বঙালপাৰা গাঁওত ১২৫ হেক্টৰ ভূমিত ধান খেতি কৰা যুৱ
Read More...