Breaking

Browsing Category

গ্ৰাম্যৰ্থ

খাৰুপেটীয়াত পদপথত বহা পাচলি বজাৰত আৰক্ষীৰ অভিযান

খাৰুপেটীয়া দৰঙৰ খাৰুপেটীয়াৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত পাচলি অনন্য দিনৰ দৰে বুধবাৰেও   খাৰুপেটীয়া নগৰৰ সমীপৱৰ্তী খেতাৰশ্বৰ গাঁৱৰ জি এন বি ৰোডৰ দুয়োকাষে পদপথত বহা বজাৰলৈ  বিক্ৰীৰ বাবে আনে। বিগত এসপ্তাহ ধৰি চলি থকা  উক্ত পদপথৰ বজাৰত
Read More...

নগাঁৱত বিদুৎ বিভাগৰ অবিবেচকী কাণ্ড : এমাহত বিল আহিল ৭৭ লাখ ২০ হাজাৰ ৭৭৫ টকা

নগাঁও সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শেহতীয়া এক কৰ্মকাণ্ডক লৈ সৰৱ চৰ্চা চলিছে নগাঁৱত। বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ অবিবেচকী কাণ্ডই   বিভাগটোৰ প্ৰতি ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।  বিশেষকৈ লকডাউনৰ
Read More...

গোলাঘাটত সত্য সাই সেৱা সমিতিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাট দীৰ্ঘদিনীয়া লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ খাটি খোৱা ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এনে লোকসকলক কিঞ্চিৎ সহায় কৰাৰ উদ্দেশ্যে গোলাঘাটৰ শ্ৰী সত্য সাই সেৱা সমিতিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।
Read More...

সোণতলীৰ বগুৰীগুৰি গাঁও পঞ্চায়তত চৰকাৰী চাউল বিতৰণত দুৰ্নীতি : কৰ্তৃপক্ষক অভিযোগ দাখিল বঞ্চিত…

সোণতলী চৰকাৰী চাউল বিতৰণৰ অনিয়ম জড়িত এজন অৱসৰী গাঁওবুঢ়াৰ পুত্ৰই নিজৰ ইচ্ছামতে হিতাধিকাৰীৰ মাজত চাউল বিতৰণ কৰি প্ৰকৃতক বঞ্চিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লগতে বঞ্চিতৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। লকডাউনত সমগ্ৰ ৰাজ্যৰ
Read More...

সাপেখাতীত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা পৰিয়ালৰ গৃহত যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈ

সাপেখাতীচৰাইদেউ জিলাৰ সোনাৰি বিধান সভা সমষ্টিৰ অৰ্ন্তগত সাপেখাতীৰ ভোগবাৰী গাঁৱত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত দেওবাৰে উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ৷ সাংসদ গগৈয়ে চৰাইদেউ জিলাৰ
Read More...

টিংখাঙত এ টি এম সেৱা সঘনাই অচল : সোমবাৰৰ পৰা জমা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ দ্বিতীয় কিস্তিৰ ধন

টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় অঞ্চলৰ জনসাধাৰণে সঘনে এটিএম সেৱাৰ পৰা বঞ্চিত হ'ব লগা হোৱাত গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে। জিলাখনৰ ভিতৰুৱা ঠাই হিচাপে পৰিচিত টিংখাঙৰ ৰাজগড়ত থকা ভাৰতীয় ষ্টেট
Read More...

গোলাঘাটত যুৱ সমাজ সেৱক অনুৰাগ চলিহাৰ মহানুভৱতা : চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীক সম্বৰ্ধনা

গোলাঘাটঅখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা যুৱ সমাজসেৱক অনুৰাগ চলিহাৰ নেতৃত্বত শনিবাৰে ইতিমধ্যে সেউজ মণ্ডলত প্ৰৱেশ কৰা গোলাঘাটত ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্য বিভাগৰ
Read More...

গাঁৱে গাঁৱে জ্ঞান আলোড়ন শীৰ্ষক পাঠদান কাৰ্যসূচী কাকডোঙা আছুৰ

কাকডোঙাসমগ্ৰ বিশ্বজুৰি ক’ৰ'ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰো শিক্ষা জীৱনত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। যদিও অনলাইন পাঠদানৰ ব্যৱস্থা কৰা হৈছে, ইয়াৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা
Read More...

হাটশিঙিমাৰীৰ হাজিৰহাট টাকিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘদিন ধৰি চিকিৎসক, স্বাস্থ্য কৰ্মী নথকাৰ…

আব্দুল্লাহ শেখ, হাটশিঙিমাৰীসমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ কৰ্তব্য পালনত দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাজ্যৰ একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী। আনফালে আকৌ আন একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে নিজৰ কৰ্তব্য পালনত
Read More...

লকডাউনৰ বাবে ৰাজ্যৰ কৃষিখণ্ডত ক্ষতি ৪০ কোটি টকা : কৃষিমন্ত্ৰী অতুল বৰা

অজন্তা তালুকদাৰ, বোকাখাত  "যেতিয়াই প্ৰত্যাহ্বানৰ সন্মুখীন হয় মানৱ জাতি, সমাধানৰ নতুন নতুন ৰাষ্টা বিচাৰি থাকে"- এই কথা অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'জীৱন আৰু জীৱিকা'ৰ নীতিৰ আধাৰত
Read More...