ক্রীড়া-জগত

টি এম পি কেৰ ৪৯ তম প্ৰতিষ্ঠা দিৱস ; প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাগুন চাইনাকি এফ চিৰ খিতাপ দখল

ডিৰাক সীমান্ত, ২৭ নৱেম্বৰ: সদৌ টাকাম মিচিং  পৰিং কেবাং চমুকৈ টি এম পি কেৰ  ৪৯ তম প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি ডুমডুমা-ফিল'বাৰী আঞ্চলিক সমিতিয়ে...

ফিল’কাপৰ কোৱাৰ্টাৰ ফাইনেলত চৰাইদেউ পহু চুঙী এফ চি

ডিৰাক সীমান্ত, ২৭ নৱেম্বৰঃ অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল'বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ফিল'বাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ আছে আমন্ত্ৰণ মূলক ২২ সংখ্যক...

ডিফেনদিং ছেম্পিয়ন বদৌচা এফ চিক পৰাজিত কৰি ফিল’কাপৰ কোৱাৰ্টাৰ ফাইনেলত সঞ্জীৱ ব্ৰহ্ম এফ এ, তিনিচুকীয়া

ডিৰাক সীমান্ত,২৫ নৱেম্বৰ : অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল'বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ফিল'বাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ আছে আমন্ত্ৰণমূলক ২২...

আৰম্ভ হ’ল ফিল’কাপ, ২০২০ : উদ্বোধনী খেলত ডুমডুমা মৰ্নীং ক্লাৱৰ জয়

ডিৰাক সীমান্ত, ২২ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ বহু প্ৰত্যাক্ষিত ফিল'কাপ ২০২০ আজিৰে পৰা ফিল'বাৰী হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে । অসম ফুটবল সন্থাৰ...

পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ

আছুৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত হয় দীপাংক নাথ । ইয়াৰোপৰি সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা ।ইয়াৰ পূৰ্বে দুলীয়াজানৰ অন্তিম দিনাৰ অধিৱেশনত আছু ত্যাগ...

Popular