Tag: ASSAM

Browse our exclusive articles!

কটন বিশ্ববিদ্যালয়ত শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা আৰম্ভ হ’ব চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম

কটন বিশ্ববিদ্যালয়ত শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা আৰম্ভ হ'ব চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম৷ আগন্তুক শিক্ষাবৰ্ষ ২০২৩-২৪ৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কটন বিশ্ববিদ্যালয়ে চাৰি-বছৰীয়া স্নাতক পাঠ্যক্ৰম ঘোষণা কৰিছে।...

দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ তুলিলে বিজেপিয়ে, নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী

দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিচে বিজেপিয়ে।অনিয়মৰ অভিযোগ তুলি নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে গেৰুৱা দলটোৱে। নিৰ্বাচন প্ৰক্ৰিয়াৰ...

গুৱাহাটীত প্ৰসিদ্ধ কাৱালী গায়ক ৱাৰচি ব্ৰাডাৰ্চৰ সংগীতানুষ্ঠান।অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু স্পিক-মেকেৰ যৌথ আয়োজন

ভাৰতৰ সংগীত বৈভবৰ অন্যতম অংগ কাৱালীৰ প্ৰসিদ্ধ শিল্পী ৱাৰচি ব্ৰাডাৰ্চে আজি ১৭ ফেব্ৰুৱাৰিৰ আবেলি চাৰে চাৰি বজাত গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে স্পিক-মেকেৰ সহযোগত...

পঞ্জাৱত হিন্দী চিনেমাৰ কায়দাত হাতত তৰোৱাল-বন্দুকলৈ আৰক্ষী থানাত আক্ৰমণ ধৰ্মীয় গুৰুৰ

পঞ্জাৱৰ অমৃতসৰৰ আজনালাত ৱাৰিছ পাঞ্জাৱ দেৰ সভাপতি তথা স্বঘোষিত ধৰ্মীয় নেতা অমৃতপাল সিঙৰ সৈতে আৰক্ষীৰ এখন খণ্ডযুদ্ধ লগাৰ কথাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে...

দিল্লীত বিশ্ব গ্ৰন্থমেলা ২০২৩ :গ্ৰন্থৰ সুবাসেৰে আমোলমলাব দেশৰ ৰাজধানী চহৰ

গ্ৰন্থপ্ৰেমীসকলৰ বাবে ভাল খবৰ । বহু প্ৰতীক্ষিত বিশ্ব গ্ৰন্থমেলা ২০২৩ অৱশেষত নতুন দিল্লীত অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ভাৰতৰ শিক্ষা মন্ত্ৰী...

Popular

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বানপীড়িত জিলাৰ বিদ্যালয়সমূহক সাহায্য বিতৰণ।

অৰুণাচলৰ টাকছিঙত ভাৰতীয় সেনা আৰু চীনৰ PLA মুখামুখি

অৰুণাচলৰ টাকছিঙত ভাৰতীয় সেনা আৰু চীনৰ PLA মুখামুখি।ভাৰতৰ ভূমিত অনাধিকাৰ প্ৰৱেশ চীনৰ PLAৰ।নিয়মীয়া তহলৰ সময়তে ভাৰতীয় সেনাৰে মুখামুখি PLAৰ ৪০জনীয়া দল।

বানবিধ্বস্ত শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণাঃ কিতাপ ক্ৰয়ৰ বাবে পুঁজি আগবঢ়াব চৰকাৰে

বানবিধ্বস্ত শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণাঃ কিতাপ ক্ৰয়ৰ বাবে পুঁজি আগবঢ়াব চৰকাৰে। কাইলৈ শিক্ষাৰ্থীৰ বাবে পুঁজি মুকলি কৰি দিব চৰকাৰে।

পুনৰ জামিন বিচাৰি আদালতৰ দ্বাৰস্থ অমৃতপ্ৰভা মহন্ত

পুনৰ জামিন বিচাৰি আদালতৰ দ্বাৰস্থ অমৃতপ্ৰভা মহন্ত। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব অমৃতপ্ৰভাৰ জামিন আবেদনৰ শুনানি।

Subscribe

spot_imgspot_img