Breaking

Browsing Tag

ASSAM

গোলকগঞ্জৰ হালাকুৰা বজাৰত বিধংসী অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী ক্ষয় ক্ষতি…

নিশা গোলকগঞ্জৰ হালাকুৰা বজাৰত বিধংসী অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে ভস্মীভূত হয় ১২ টা কৈ ব্যৱসায়ী প্ৰতিষ্ঠান। প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত ভস্মীভূত হয়। ৰাইজে অগ্নি নিৰ্বাপাক বাহিনীক যোগাযোগ কৰে।
Read More...

মৰিয়নিত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ আটক সৰবৰাহকাৰী…

যোৰহাট আৰু গোলাঘাট ক্ৰাইম ব্রান্স তিতাবৰ মহকুমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এটা ড্রাগছ সৰবৰাহকাৰী লগতে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। গোলাঘাট, যোৰহাট ক্ৰাইম ব্রান্স তিতাবৰ মহকুমা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক
Read More...

মাজুলীত ৫১ গৰাকী অৱসৰী শিক্ষক-কৰ্মচাৰীক বিদায় সম্বৰ্ধনা…

মাজুলী জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় আৰু মাজুলী জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আজি সৰ্বমুঠ ৫১ গৰাকী সদ্য অৱসৰী শিক্ষক-কৰ্মচাৰীক বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ যোৱা ছটা মাহত উচ্চতৰ মাধ্যমিক, জ্যেষ্ঠ মাধ্যমিক আৰু উচ্চ মাধ্যমিক
Read More...

জিএমচিএইছৰ ধাত্ৰী কোষৰ প্ৰথমখন স্মৰণিকা “নাইটিংগেল” উন্মোচন

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস উপলক্ষে জিএমচিএইচৰ ধাত্ৰী কোষৰ উদ্যোগত ব্যতিক্ৰমী কাৰ্যসূচী পালন কৰা হয় । এই উপলক্ষে দেওবাৰে জিএমচিএইছ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত অধ্যক্ষ ডা° অচ্যুৎ চন্দ্ৰ বৈশ্যই ধাত্ৰীসকলে একান্ত নিষ্ঠা,
Read More...

অসফল শিক্ষাৰ্থীৰ কথাও ভাবক, শিক্ষাৰ মান বাঢ়িব

পৰীক্ষা মানেই যেন এক ভয় লগা পৰিৱেশ। কাৰণ পৰীক্ষা হ’ল জীৱন জোখাৰ মাপকাঠি। এজন ছাত্ৰ প্ৰথম যিদিনা স্কুললৈ যাবলৈ আৰম্ভ কৰে সেইদিনাৰ পৰাই তেওঁৰ জীৱনটো কেৱল পৰীক্ষাৰ সন্মুখীন হৈয়ে আহিবলগীয়া হয়। নিম্ন পৰ্যায়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ আহি আহি
Read More...

ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা

সমগ্ৰ বিশ্বৰ বৌদ্ধিক- সাহিত্য- সংস্কৃতিৰ উত্তৰণৰ প্ৰধান কাৰখানাস্বৰূপ আড্ডাৰইতিহাস প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ পুৰণি । গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ আড্ডাই আছিল অন্যতম প্ৰধান মানৱ সভ্যতাৰ এক ঐতিহাসিক নিদৰ্শন । গুৱাহাটী মহানগৰীৰ ৰূপনগৰৰ বিশিষ্ট
Read More...

প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ

স্বাস্থ্য আৰু জীৱনশৈলী সন্দৰ্ভত প্ৰথম বেটেলিয়ন সশস্ত্ৰ সীমা বলৰ উদ্যোগত এক পদক্ষেপ হিচাপেগুৱাহাটীৰ জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদ মহাবিদ্যালয়ৰ পৰা বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ চিকিৎসকৰসৈতে সমন্বয় কৰি প্ৰথম বেটেলিয়ান এছএছবি সোণাপুৰে
Read More...

সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা

ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত সপ্তম এম এম এ অৰ্থাৎ মিক্সড মাৰ্চিয়েল আৰ্টছ ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপ ২০২৪ত টিম অসমে মুঠ ১৭ টা পদক অৰ্জন কৰিছে । এই পদকৰ ভিতৰত আছে ৭ টা সোণ, ৫ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক । পোৱা ৮-১২ মে'ত অনুষ্ঠিত এই
Read More...

গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…

মহানগৰীৰ চচলত অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক শুদ্ধ আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ২০০০ চনতে গঠিত হোৱা ওপৰ চচল বিহু সন্মিলনে অসমৰ তিনিওটা বিহু ৰঙালী, কঙালী আৰু ভোগালী সমান্তৰালভাৱে উদযাপন কৰি আহিছে। বিগত বৰ্ষ কেইটিৰ দৰে এইবাৰো চৌবিশ সংখ্যক
Read More...

এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ…

এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মান হৈছে এখন নতুন অসমীয়া কথাছবি“টিলিকা গুণ্ডা"ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহন পূৰ্ণগতিত এদল উদীয়মান যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ হৈছে এখন নতুন অসমীয়া কথাছবি। কামৰূপ আৰু মৰিগাঁও জিলাৰ লগতে
Read More...