Breaking

Browsing Tag

ASSAM

চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…

ৰাছিয়াৰ ইয়াকুস্কত ২৫ জুনৰ পৰা ৭ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া ছাব জুনিয়ৰ এছিয়ান গেমছ অৰ্থাৎ চিলড্ৰেনছ এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অসমৰ দেবাংগনা তাঁতীয়ে । তেওঁক ৰাষ্ট্ৰীয় পৰম্পৰাগত মল্লযুঁজ দলত ভাৰতীয় খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা
Read More...

ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…

মন থাকিলে চন, বাকৰিৰ মাটিতে ধন আপ্ত এই অসমীয়া বাক্যশাৰী বাস্তৱত ৰূপায়িত কৰিছে জোনাইৰ এজন শিক্ষিত যুৱকে। নিজৰ চোতালত থকা চাৰি বিঘা মাটিত ভোট জলকীয়া খেতিৰে স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ চন্দ্ৰপুৰৰ নিবাসী গনেশ
Read More...

ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…

নাজিৰাৰ ঐতিহাসিক ৰমণী আলিক যাতায়াতত ৰাইজে ভোগিছে যমৰ যান্ত্ৰনা । নাজিৰা মহকুমাৰ অসম - নাগালেণ্ড সীমান্তৱৰ্তী শিমলুগুৰি - নাগালেণ্ড সংযোগী ঐতিহাসিক ৰমণী আলি বিগত তিনি বছৰে বি আৰ অ' য়ে নিৰ্মাণ কৰিব পৰা নাই ১২ কিলোমিটাৰ দৈঘ্যৰ এই পথটো ।
Read More...

মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা…

মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ 'ভয়চ অৱ দৰং' প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা মুকলি বিহুত দৰঙী বিহু দল, কুঁৱৰীত শ্ৰেষ্ঠ সুস্মিতা গোহাঁই চিত্ৰাংকনত মহাশ্বেতা, ৰিচাংক, অপৰাজিতা, মেঘনা শ্ৰেষ্ঠ চপাই যুৱ কল্যাণ কেন্দ্ৰৰ
Read More...

পুৰণিগুদামত  দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম…

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামস্থিত “বাপুজী ভৱন আৰু পুথিভঁৰাল”ৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪৷ পুৰণিগুদাম কেন্দ্ৰীয় বিহু উদ্‌যাপন সমিতিৰ উদ্যোগত
Read More...

মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত…

নগাঁও লোক সভাৰ নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পাছত সম্প্ৰতি লোকসভা আসন খনৰ ফলাফলক লৈ বিভিন্ন দলীয় কৰ্মী সকল যোগ বিয়োগত ব্যস্ত হৈ পৰিছে। দলীয় কাৰ্যালয় সমূহৰ ওপৰিও আনকি চাৰিআলি, হুটেলৰ চাহৰ আদ্দাৰ মাজতো প্ৰাধান্য লাভ কৰিছে নিৰ্বাচনৰ সাম্ভাব্য
Read More...

তৰমুজৰ লগতে বাকলিও উপকাৰী, এই ধৰণে ব্যৱহাৰ কৰিব পাৰি তৰমুজৰ বাকলি…

গৰমৰ দিনত তৰমুজ খোৱাৰ এক সুকীয়া আনন্দ। শৰীৰত শীতলতা বজাই ৰাখিবলৈ মানুহে তৰমুজ খাই ভাল পায়। এই ফল পানীৰে ভৰপূৰ। মানুহে তৰমুজ বাকলি পেলাই দিয়ে। গ্ৰীষ্মকালত তৰমুজ খালে আপুনি বহুতো উপকাৰিতা দেখিবলৈ পায়, গৰমৰ আগমনৰ লগে লগে মানুহে এনেবোৰ
Read More...

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৫.৩৫ বজাত বৰঝাৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
Read More...

ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…

বহু বছৰ পাছত আপোন বিদ্যালয়খনলৈ আহিছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন সহপাঠীক লগ পাই নষ্টালজিক প্ৰতিজন, স্মৃতিবোৰে আজি আমনি কৰিছে তেওঁলোকক। এৰি অহা দিনবোৰৰ কথা মনত পৰিছে। নষ্টালজিক হৈ পৰিছে সকলো। বহু বছৰ পাছত আপোন বিদ্যালয়খনলৈ আহিছে
Read More...

ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA…

"কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া যোৱা কালি অসমলৈ আহি গুৱাহাটীৰ বিমানবন্দৰৰ সমীপতে এক সংবাদ মেল সম্বোধন কৰিছিল। এই সংবাদ মেলত খাৰ্গেৰ সৈতে এফালে জীতেন্দৰ সিং আৰু আনফালে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও আছিল। এগৰাকী সাংবাদিকে
Read More...