Tag: ASSAM

Browse our exclusive articles!

আলু-পুৰী, আম-মিঠাই বেছিকৈ খোৱাৰ অভিযাগ কেজৰিৱালৰ বিৰুদ্ধে…

অৰবিন্দ কেজৰিৱালৰ ডায়েট চাৰ্টঃ চিকিৎসাৰ ভিত্তিত জামিন লাভৰ বাবে এতিয়া অৰবিন্দ কেজৰিৱালে ইচ্ছাকৃতভাৱে চেনিৰ মাত্ৰা বৃদ্ধি কৰিছে বুলি ইডিৰ অভিযোগ। তিহাৰ জেলত থকা অৱস্থাত...

হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনা…

আজি ৰাতি পোৱা ৭ টা বজাত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ...

ভোটাধিকাৰ সাব্যস্ত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ…

মাৰ্ঘেৰিটাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ভোটদান। ভোটদান কৰি সাংবাদিকৰ আগত এনেদৰে ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া।

ভোটাধিকাৰ সাব্যস্ত বিধায়ক বিশ্বজিৎ ফুকনৰ…

অষ্টাদশ লোক সভাৰ নিৰ্বাচনত ভোট দান কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে ৷ নতুন যোৰহটীয়া গাঁৱৰ শিশু কল্যান প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত পত্নী, কন্যাৰ সৈতে ভোট দান...

নগাঁৱৰ ৪৪ নং ভোটকেন্দ্রত বিকল EVM…

EVM বিকলনগাঁৱৰ ৪৪ নং ভোটকেন্দ্রত বিকল EVM কামপুৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ ভোটকেন্দ্রত EVM বিকলবোকাখাততো পুনৰ বিকল হৈছে EVM ১৩৬ নং কলাখোৱা এল পি স্কুলৰ ভোটগ্রহণ...

Popular

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ বহু জুবিন অনুৰাগীৰ।আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদকাৰীক।

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ প্ৰতিবাদ

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ প্ৰতিবাদ।সকলোকে প্ৰতিবাদস্থলীলৈ ওলাই অহাৰ আহ্বান বিধায়ক অখিল গগৈৰ।

আজি মুম্বাইলৈ অনা হ’ব টাইগাৰ শ্ৰফ ঘটনাৰ ৩ অভিযুক্তক

বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাৰ সৈতে জড়িত ৩ অভিযুক্তক ৪৮ ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ড মঞ্জুৰ কৰা হৈছে।

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰেংবেং গৰুবন্ধা মিকিৰ গাঁওস্থিত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া এক বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে৷

Subscribe

spot_imgspot_img