Tag: ASSAM

Browse our exclusive articles!

কলেষ্টেৰল হ্ৰাস কৰিবৰ বাবে ৰন্ধনত কি তেল ব্যৱহাৰ কৰিব লাগে জানি লওক…

কলেষ্টেৰল বৃদ্ধি স্বাস্থ্যৰ বাবে বিপদজনক, কিন্তু যদি আপুনি তেলীয়া খাদ্য অবিহনে জীয়াই থাকিব নোৱাৰে তেন্তে আপুনি কিছুমান স্বাস্থ্যকৰ বিকল্প বাছি ল’ব পাৰে, যিয়ে আপোনাৰ...

“সুন্দৰপুৰ কেঅ’ছ”ৰ আকৰ্ষণীয় পোষ্টাৰ মুকলি, শিল্পীৰে মত- বিনিময়…

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সমাদৃত চলচিত্ৰ পৰিচালক ঝুলন কৃষ্ণ মহন্ত পৰিচালিত আৰু আৰ চি প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত বহু প্ৰত্যাশিত অসমীয়া ছবি "সুন্দৰপুৰ কেঅ'ছ"ৰ দুখন আকৰ্ষণীয় পোষ্টাৰ...

২৪ ঘণ্টা নাখালে কি হ’ব? ভোকত থকা সুবিধা-অসুবিধাৰ বিষয়ে জানি লওক…

২৪ ঘন্টাতকৈ অধিক সময় ভোকত থাকিলে কেৱল আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰাই নহয় আপোনাৰ মানসিক আৰু আৱেগিক স্বাস্থ্যও নষ্ট হয়, সেয়েহে কিছু ব্যৱধানৰ...

মাহি-সাক্ষীৰ পৰা ছেইফ-কৰীনালৈ কোন দম্পতীৰ সাজ-পোছাক সৰ্বোত্তম, চাওক…

মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানত বহু তাৰকাক দেখা গ’ল। অনুষ্ঠানত নিজৰ ষ্টাইলেৰে জিলিকি উঠিছে...

এখন মঞ্চত তিনিও খান, ‘নাতু-নাতু’ গীতত নৃত্য শ্বাহৰুখ-ছলমান-আমিৰৰ…

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খানে ‘নাতু-নাতু’ গীতত জোৰদাৰ নৃত্য কৰে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে তিনিও খানৰ ধেমেলীয়া নৃত্যৰ ভিডিঅ'।...

Popular

বীৰ লাচিত সেনাৰ নেতা মানস চেতিয়াৰ বিয়োগ

AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু বীৰ লাচিত সেনাৰ নেতা মানস চেতিয়াৰ। বিহুবৰত দুৰ্ঘটনাত পতিত হৈ AMCHত চিকিৎসাধীন হৈ আছিল যুৱকজন।

এজাক বৰষুণতে মহানগৰীত কৃত্ৰিম বান

মহানগৰীত কৃত্ৰিম বান। এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰিল হাতীগাঁও।চানমাৰিত একাঁঠু পৰ্যন্ত পানী।

APLৰ প্ৰথমটো সংস্কৰণত বৰপেটা ব্ৰেভছৰ খিতাপ দখল

APLৰ প্ৰথমটো সংস্কৰণত বৰপেটা ব্ৰেভছৰ খিতাপ দখল। ফাইনেলত গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে ৫ উইকেটত জয়ী বৰপেটা ব্ৰেভছ।

বটদ্ৰৱা থানত পুৰুলীল প্ৰকাশনৰ গ্ৰন্থ ‘গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰৱা’ উন্মোচন

বটদ্ৰৱা থানত পুৰুলীল প্ৰকাশনৰ গ্ৰন্থ ‘গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰৱা’ উন্মোচন

Subscribe

spot_imgspot_img