Breaking

Browsing Tag

awareness

আজাৰাত কভিড ভেকচিনৰ সজাগতা সভা

আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি ক'ভিড ভেকচিনৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে মহকুমা স্বাস্থ্য বিষয়া ডা: ধ্ৰুৱজ্যোতি বৰুৱাই আৰু উদ্দেশ্য বাখ্যা কৰে বি.চি.অ' নৱজিৎ বৰ্মনে। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কামৰূপ
Read More...

“ছত্ৰ”ৰ উদ্যোগত মহিলাৰ স্তন কেন্সাৰৰ চিনাক্তকৰণ আৰু সজাগতা সভা

দৰঙৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান "ছত্ৰ"ই 'অনকোকেয়াৰ ট্ৰাষ্ট'ৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে মহিলাৰ স্তন কেন্সাৰৰ সজাগতা বৃদ্ধিৰ লগতে এই ৰোগৰ চিনাক্তকৰণ কাৰ্যসূচী গ্ৰহণ কৰে। স্তন কেঞ্চাৰ ৰোগৰ ৰোগী, চিকিৎসক,  উকিল আদিৰে গঠিত অনকোকেয়াৰ
Read More...

সুলভ মূল্যৰ সামগ্ৰীৰ কলা বজাৰ ৰোধ কৰিবলৈ বিশেষ সজাগতা সভা

দৰিদ্ৰ হিতাধিকাৰী সকলক ৰাজ্যৰ যোগান বিভাগে যোগান ধৰা সুলভ মূল্যৰ সামগ্ৰীৰ ক'লা বজাৰ ৰোধ কৰাৰ লগতে সামগ্ৰী সমুহ সঠিক আৰু সময়মতে গ্ৰাহক সকলক যোগান ধৰাৰ ওপৰত আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ
Read More...

বিহালী স্নাতক মহাবিদ্যালয়ত কেৰিয়াৰ সম্পৰ্কে সজাগতা সভা

বিহালী সমষ্টিৰ এক মাত্র উচ্চ শিক্ষা অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু অবিভক্ত শোনিতপুৰ জিলাৰ ৮ খন মহাবিদ্যালয়ৰ ছাত একতা সভাৰ সভাপতি সম্পাদকক লৈ ছাত্ৰ-ছাত্ৰীৰ কেৰীয়াৰ সম্পৰ্কত সজাগতা মুলক সভা বিহালী স্নাতক
Read More...

ধমধমা আঞ্চলিক কলেজত মোবাইল ব্যৱহাৰ ,ডিজিটেল পেমেন্ট আৰু চাইবাৰ সম্পৰ্কীয় সজাগতামুলক প্ৰশিক্ষণ

ধমধমাত ছাত্র -ছাত্ৰী, মহিলা, বয়োজ্যেষ্ঠ, কৃষক আদিক মোবাইল ব্যৱহাৰ ডিজিটেল পেমেন্ট আৰু চাইবাৰ সম্পৰ্কীয় সজাগতামুলক প্ৰশিক্ষণ। নলবাৰী জিলাৰ ধমধমাত ছাত্র -ছাত্ৰী, মহিলা, বয়োজ্যেষ্ঠ, কৃষক আদিক মোবাইল ব্যৱহাৰ ডিজিটেল পেমেন্ট আৰু চাইবাৰ
Read More...