Breaking

Browsing Tag

ex-PM Imran Khan

‘আমি বিজয়ী, আমি চৰকাৰ গঢ়িম’, এই দাবী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ…

দুদিন পিছতো ভোটগণনা সম্পূৰ্ণ হোৱা নাই। পাকিস্তানৰ নিৰ্বাচন আয়োগে এতিয়ালৈকে আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা নাই। এই পৰিস্থিতিত যুদ্ধংদেহী ৰাজনৈতিক শিবিৰত ‘কাৰ্য্যকলাপ’ বাঢ়িছে। ইয়াৰ লগে লগে আৰম্ভ হৈছে দাবী। পাকিস্তানৰ প্ৰাক্তন
Read More...

পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা৷ তিনিটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা, ইমৰান খানৰ PTIৰ জয়লাভ…

পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা চলি আছে। অধিকাংশ আসনত ইমৰাণ খানৰ পিটিআই সমৰ্থিত নিৰ্দলীয় আৰু নৱাজৰ পিএমএল-এন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা কৰা হৈছে। পাকিস্তানত স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাত আনুষ্ঠানিকভাৱে ভোটদানৰ অন্ত পৰে।
Read More...

খঙেৰে কথা কোৱা অপৰাধত এফ আই এৰ মুৰব্বীক শৌচাগাৰত বন্দী কৰি ৰাখিছিল ইমৰাণ খানে!

বিস্ফোৰণক লৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ নিৰ্দেশত ৱাশ্বৰুমত আবদ্ধ কৰি ৰখা হৈছিল পাকিস্তানৰ এফ আই এৰ মুৰব্বীগৰাকীপাকিস্তান ফেডাৰেল তদন্তকাৰী সংস্থাৰ প্ৰাক্তন সঞ্চালক প্ৰধান বছিৰ মেমনে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ নিৰ্দেশৰ ভিত্তিত
Read More...