Breaking

Browsing Tag

hojai

হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয়…

আজি ৰাতি পোৱা ৭ টা বজাত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনা। প্ৰায় ৪০ৰ পৰা ৪৫ মিনিট পৰ্যন্ত ই ভি এম মেচিন বিকল হৈ
Read More...

শিক্ষকৰ ৰূপত হোজাইত মন্ত্ৰী পৰিমল শুক্লবৈদ্য…

হোজাই জিলাৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত ধনুহাৰ বস্থি প্ৰাথমিক বিদ্যালয়ত চাদেন ভিজিট মন্ত্ৰী পৰিমল সুক্লবৈদ্যৰ। তেনে সময়ত হোজাই জিলাৰ পৰিমল শুক্লবৈদ্যই গুণ উৎসৱৰ চলি থকা অৱস্থাত পৰিদৰ্শন কৰিলে যোগিজন শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়।
Read More...