Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

বায়ুসেনাৰ বিমানেৰে সৰবৰাহ কৰা হ’ব নীটৰ প্ৰশ্ন কাকত

বায়ুসেনাৰ বিমানেৰে সৰবৰাহ কৰা হ’ব নীটৰ প্ৰশ্ন কাকত। বেমেজালি দূৰ কৰিবলৈ বায়ুসেনাৰ বিমানযোগে সৰবৰাহ কৰা হ’ব নীটৰ প্ৰশ্নকাকত৷

দল এৰিব বিচাৰাসকলে পদত্যাগ কৰকঃ মহাৰাষ্ট্ৰত ৰাজনীতিৰ বিদ্ৰোহ

পশ্চিমবংগত ক্ষমতা সলনি হোৱাৰ পিছত বিদ্ৰোহ দেখা গ’ল। এই বিদ্ৰোহৰ বতাহ পশ্চিমবংগৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈৰ মহাৰাষ্ট্ৰত উপস্থিত হৈছে।

পুনৰ ভাৰত জোড়ো যাত্ৰাৰ প্ৰস্তুতি ৰাহুল গান্ধীৰ

যুৱ সমাজক একত্ৰিত কৰাৰ লক্ষ্যৰে পুনৰ ভাৰত জোড়ো যাত্ৰাৰ আৰ্হিত দেশজুৰি বৃহৎ অভিযানৰ প্ৰস্তুতি চলাইছে ৰাহুল গান্ধীয়ে৷

৩০ বছৰীয়া জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰমপন্থা

জনপ্ৰিয় হিন্দী ধাৰাবাহিক 'কুমকুম ভাগ্য'ত অভিনীত অভিনেত্ৰী সঞ্চিতা উগালেৰ আত্মহনন।

‘ভাৰত ইনোভেটছ্’ হৈছে ভাৰত বিশ্বৰ সংযোগৰ পৰৱৰ্তী অধ্যায়ঃ মোদী

প্ৰায় সপ্তাহজোৰা বিদেশ ভ্ৰমণৰ কাৰ্যসূচী লৈ বিদেশলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ফ্ৰান্সত উপস্থিত হয়৷

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img