Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

১০ জুনত পৰিগণিত হ’ব দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে

বৈদেশিক সম্পৰ্কই হওক বা আন বিষয়েই হওক, সকলোতে কিবা নহয় কিবা নতুনত্বৰ চমক দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ আন এক অভিলেখ গঢ়িবলৈ ওলাইছে৷

১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ। জাপানক পৰাস্ত কৰি খিতাপ দখল ভাৰতৰ।

মানসিক শান্তি আৰু সমৃদ্ধিৰ বাবে শোৱাৰ সময়ত ৰাখিব এই ৬টা বস্তু…

বৰ্তমান ব্যস্ত জীৱনত মানসিক শান্তি আৰু আৰ্থিক ভাৰসাম্য বজাই ৰখাটো সকলোৰে বাবে অপৰিহাৰ্য হৈ পৰিছে। কৰ্মক্ষেত্ৰত ক্ৰমাৎ বৃদ্ধি পোৱা কৰ্মবোজাৰ বাবে বৰ্তমান যুৱক-যুৱতীসকলো হতাশাত ভুগিছে।

স্বামীয়ে পত্নীৰ সৈতে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়

স্বামী-স্ত্ৰীৰ মাজত কেতিয়াবা কাজিয়া লগাটো একো নতুন কথা নহয়৷ বহু সময়ত কাজিয়াৰ পৰিণতিত স্বামী-স্ত্ৰীৰ মাজত কেইবাদিনো ধৰি মাতবোল বন্ধও হৈ থাকে৷

বিজেপি ত্যাগ কৰাৰ পিছত নতুন দল ঘোষণা আন্নামালাইৰঃ উই, দ্য লীডাৰ্ছ

বিজেপি ত্যাগ কৰাৰ পিছত নতুন দল ঘোষণা আন্নামালাইৰঃ উই, দ্য লীডাৰ্ছ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img