Breaking

Browsing Tag

PM

প্ৰধানমন্ত্ৰী মোডীক আমেৰিকা ভ্ৰমণলৈ আমন্ত্ৰণ জ’ বাইডেনৰ, এই ভ্ৰমণৰ কাৰণ কি জানেনে

ভাৰতত চলিত বৰ্ষত জি-২০ৰ সৈতে জড়িত কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনও আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনেও এই সন্মিলনত অংশগ্ৰহণ কৰিব।জো বাইডেনে প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ: আমেৰিকাৰ
Read More...

২০২৩ৰ বাজেটত ৩৫ বিধ সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা…

সংসদৰ বাজেট অধিৱেশন উদ্বোধন কৰাৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক স্বাৱলম্বী দেশ হিচাপে গঢ়ি তুলিবলৈ এতিয়াৰ পৰা কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই বছৰৰ বাজেটে এখন স্বাৱলম্বী
Read More...

কেন্দ্ৰীয় মন্ত্ৰীসকললৈ প্ৰধানমন্ত্ৰীৰ আহ্বান-“জনসাধাৰণলৈ হাত আগবঢ়াওক”

দেওবাৰে প্ৰধান মন্ত্ৰীয়ে দেশৰ ৰাজধানীৰ সুষমা স্বৰাজ ভৱনত তেওঁৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত কৰি ছ'চিয়েল মিডিয়াকে ধৰি জনসাধাৰণৰ সৈতে ’কাৰ্যকৰী যোগাযোগ’ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Read More...

মোডীকলৈ বিবিচিৰ ডকুমেণ্টৰীৰ ৰছী টনা খেল অব্যাহত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকলৈ বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ আৰু ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ ওপৰত কেন্দ্ৰৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে তেওঁৰ উদ্বেগ ব্যক্ত কৰিছে। তেওঁ কয় যে যে ভাৰতৰ কিছুমান লোকে দেশৰ
Read More...

পিতৃ-মাতৃয়ে শিশুৰ ওপৰত হেঁচা প্ৰয়োগ কৰা উচিত নহয়-প্ৰধানমন্ত্ৰী মোদী

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'পৰীক্ষা পে চৰ্চা' শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দেশৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতক মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰায় ৩৮ লাখ ছাত্ৰ-ছাত্ৰীৰ লগতে এই অনুষ্ঠানৰ
Read More...

ভাৰত জোৰো যাত্ৰাই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী মোডীতকৈ ভোটাৰৰ পছন্দ একত্ৰিত কৰাত সহায় কৰিছে নেকি?

ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰা শেষ পৰ্যায়ত প্ৰৱেশ কৰিছে। কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা বহু ৰাজ্য সামৰি এতিয়া জম্মু-কাশ্মীৰত। যদিও গান্ধীয়ে এই যাত্ৰা ভাৰতক একত্ৰিত কৰাৰ বাবে বুলি দাবী কৰিছিল, তথাপিও ভাৰত জোৰো যাত্ৰাৰ মঞ্চৰ পৰাই
Read More...

বিবিচিৰ তথ্যচিত্ৰক লৈ অস্বস্তিত কেন্দ্ৰীয় চৰকাৰ

BBC-য়ে ২০০২ চনৰ গুজৰাটৰ গোধৰা হিংসাত্মক কাণ্ডৰ ওপৰত দুটা খণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এই তথ্য চিত্ৰতে ব্ৰিটিছ সংবাদ সংস্থাটোৱে গোধৰা হিংসাত্মক কাণ্ডত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত আছিল বুলি গুৰুতৰ তথা বিস্ফোৰক
Read More...

মুম্বাই মেট্ৰ’ত যাত্ৰা, যুৱক-যুৱতীসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পশ্চিমৰ ৰাজ্যত মুম্বাইৰ দুটা নতুন মেট্ৰ’ লাইন ২এ আৰু ৭ উদ্বোধন কৰি গুণ্ডাৱলী আৰু মোগৰা ষ্টেচনৰ মাজত যাত্ৰা কৰে। সংবাদ সংস্থা এএনআইয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত প্ৰধানমন্ত্ৰী মোডীয়ে ৰে’লত উঠাৰ
Read More...

আমাৰ চৰকাৰে উন্নয়নৰ বাবে থিয় দিছে, ভোট-বেংক ৰাজনীতিৰ বাবে নহয়: প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কৰ্ণাটকত এক অনুষ্ঠানত ভাষণ দি কয় যে বিজেপি চৰকাৰে ভোট-বেংক ৰাজনীতিৰ বাবে নহয় উন্নয়নৰ বাবে থিয় দিছে। তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যখনত ১০,৮০০ কোটি
Read More...

উত্থান দিৱসত এনডি আৰ এফক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোডীয়ে…

এন ডি আৰ এফ হৈছে দেশৰ যিকোনো দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাব পৰা এক বিশেষ বাহিনী। ২০০৬ চনৰ ১৯ জানুৱাৰীত ইয়াৰ উত্থান হৈছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী
Read More...