Breaking

Browsing Tag

PM

১০ লক্ষ ঘণ্টা! নতুন সংসদ ভৱনৰ কাৰ্পেট তৈয়াৰ কৰিবলৈ বঙ্গপুত্ৰ সংস্থাৰ শিল্পীসকলক যিমান সময় লাগিছিল!

২০২০ চনত কোম্পানীটোৱে মহামাৰীৰ মাজতে কাৰ্পেট নিৰ্মাণৰ প্ৰজেক্ট লাভ কৰিছিল। ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল নিটিং। ২০২২ চনৰ মে’ মাহত শেষ হয়। সেই কাৰ্পেটখনে এতিয়া নতুন সংসদ ভৱনৰ কোঠা দুটা শোভা বঢ়াইছে। লোকসভা আৰু ৰাজ্যসভা।
Read More...

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা নিটি আয়োগৰ বৈঠকলৈ নাহিল কেইবাজনো মুখ্যমন্ত্ৰী

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিটি আয়োগ পৰিষদৰ বৈঠক বাদ দিলে কেইবাজনো মুখ্যমন্ত্ৰীয়ে। বৈঠকত অংশগ্ৰহণ নকৰা নেতাসকলৰ ভিতৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,
Read More...

আপুনি ইমান জনপ্ৰিয়, মই অটোগ্ৰাফ ল’মঃ জাপানত কোৱাড গ্ৰুপৰ বৈঠকত প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

জাপানৰ হিৰোছিমাত অনুষ্ঠিত হোৱা কোৱাড গ্ৰুপৰ বৈঠকত প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ বাবে প্ৰশংসা প্ৰকাশ কৰে।
Read More...

মণিপুৰ সংকটক লৈ মৌনতা অৱলম্বন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম…

৩ মে’ত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত ভয়াৱহ ৰূপ ধাৰণ কৰা মণিপুৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মৌনতা অৱলম্বন কৰাৰ বাবে ১৮ মে’ত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে তীব্ৰ সমালোচনা কৰে।
Read More...

‘মন কি বাত’ৰ ১০০ নং খণ্ডত কি ক’লে প্ৰধানমন্ত্ৰীয়ে; আশা কৰাৰ দৰে কিবা ক’লে নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

মাহৰ শেষৰ দেওবাৰটো সদায় বিশেষ। বন্ধৰ দিন পুৱাৰ পৰা ৰেডিঅ’ত বহু লোক বহি থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি মাহৰ অন্তিম দেওবাৰে সেই ৰেডিঅ’ত নিজৰ মনৰ কথা কয়।
Read More...

দুদিনীয়া কেৰালা ভ্ৰমণৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কোচিৰ নৌসেনাৰ বিমানবন্দৰত উপস্থিত

পৰম্পৰাগত মুণ্ডু (ধোঠী) পৰিধান কৰা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণ, ৰাজ্যিক মন্ত্ৰী পি ৰাজীৱ, বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰন প্ৰমুখ্যে দলীয় নেতাই আদৰণি জনায়।
Read More...

প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত আত্মঘাতী বোমা আক্ৰমণৰ ভাবুকি

অহা ২৪ আৰু ২৫ এপ্ৰিলত ৰাজ্যখন ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আত্মঘাতী বোমা আক্ৰমণৰ ভাবুকি দিয়া এখন পত্ৰৰ তদন্ত আৰম্ভ কৰিছে কেৰালা আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহে।
Read More...

২০১৪ চনত অসমবাসীক দিয়া প্ৰতিশ্ৰুতিৰ উত্তৰ বিচাৰি সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীলৈ ১৮টা…

আজি অসম প্ৰদেশ কংগ্ৰেছৰ এখন সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে বক্তব্য আগবঢ়ায়৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক স্বাগতম জনোৱাৰ সমান্তৰালভাৱে ২০১৪ চনত অসমবাসীক তেখেতে দিয়া
Read More...

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত নৱনিযুক্ত ৭১,০০০ প্রার্থীক নিয়োগ পত্ৰ কৰিলে…

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত সম্বোধন কৰে। বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নতুনকৈ নিযুক্তিপ্রাপ্ত প্রায় ৭১,০০০ প্রার্থীক প্রধানমন্ত্রীয়ে আজি আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰে।
Read More...

জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখি অতিৰিক্ত মানৱীয় সাহায্য বিচাৰিছে

চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি ভাৰতক অতিৰিক্ত মানৱীয় সাহায্যৰ বাবে অনুৰোধ জনাইছে। ভাৰত ভ্ৰমণৰ সময়ত ইউক্ৰেইনৰ প্ৰথম
Read More...