Breaking

Browsing Tag

PM

ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন যোগাসন অনুষ্ঠানৰ গিনিজ বিশ্ব অভিলেখ

এক ঐতিহাসিক মুহূৰ্ত! বুধবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ জৰিয়তে যোগ অধিবেশনত অধিকাংশ দেশৰ লোকে অংশগ্ৰহণ কৰাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি
Read More...

“মই মোডী-শ্বাহ-নীতিশ কুমাৰক মাৰিম”- ফোন অহাৰ লগে লগে দিল্লী আৰক্ষীত হুলস্থুল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হত্যাৰ ভাবুকি দিয়া এজন ব্যক্তিৰ পৰা দুটাকৈ ফোন কল পোৱাৰ খবৰ দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।
Read More...

মণিপুৰৰ হিংসাঃ মোডী চৰকাৰে গুৰুত্ব দিব পৰাকৈ”মূলসুঁতি”ৰ বিষয় নহয় নেকি?

তীব্ৰ জাতিগত উত্তেজনাত জ্বলি আছে মণিপুৰ৷ তথাপিও পুনৰ বিষয়টো একাষৰীয়া কৰি ৰাখিছে আজি আমেৰিকা ভ্ৰমণলৈ ৰাওনা হোৱা প্ৰধানমন্ত্ৰীয়ে। আনহাতে, নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী। ৰাজ্য
Read More...

টুইটাৰ অধিগ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে ইলন মাস্কক লগ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

আজিৰ পৰা আৰম্ভ হ’বলগীয়া আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেছলাৰ চিইঅ’ তথা টুইটাৰৰ মালিক ইলন মাস্কক সাক্ষাৎ কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ২০১৫
Read More...

বিজেপিৰ শালকোচা মণ্ডলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ উপলক্ষে ৰেডিঅ বিতৰণ

ভাৰতীয় জনতা পাৰ্টীৰ শালকোচা মণ্ডলৰ সভাপতি পতুল চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত শালকোচা পঞ্চায়ত ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত উপলক্ষে শালকোচা মণ্ডলৰ সমূহ বুথ কমিটীৰ সভাপতিক লৈ এখন ৰেডিঅ’ বিতৰণ সভা অনুষ্ঠিত হয়।
Read More...

তিনি প্ৰকাৰৰ অনলাইন গেম নিষিদ্ধ কৰাৰ পথত কেন্দ্ৰ, দেশৰ ডিজিটেল জগতত মোডী চৰকাৰৰ চকু

অনলাইন গেমৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা ল’বলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। নৰেন্দ্ৰ মোডীৰ চৰকাৰে তিনি ধৰণৰ অনলাইন গেম নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে। বেটিং, মানুহৰ বাবে ক্ষতিকাৰক গেম আৰু নিচাৰ সম্ভাৱনা থকা গেম — মূলতঃ এই তিনিবিধ অনলাইন গেম
Read More...

ৰোজগাৰ মেলাত ৭০ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত নিযুক্তিপ্ৰাপ্তসকলক ৭০,১২৬খন নিযুক্তি পত্ৰ ভাৰ্চুৱেলি বিতৰণ কৰে।তেওঁ কয় 'ৰোজগাৰ মেলা' এন ডি এ-বিজেপি চৰকাৰৰ নতুন পৰিচয় হৈ পৰিছে। পূৰ্বৰ চৰকাৰসমূহে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰিছিল’।
Read More...

কোনোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাল পায়, কোনোৱে বেয়া পায়, কিন্তু তেওঁৰ বিষয়ে বেয়া কথা কোৱা…

কোনোবাই হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাল পাব, কোনোবাই অপছন্দ কৰিব পাৰে। কিন্তু প্ৰধানমন্ত্ৰীক লৈ আপত্তিজনক মন্তব্য কৰাটো একেবাৰেই উচিত নহয়। প্ৰধানমন্ত্ৰী আৰু প্ৰয়াত মাতৃৰ বিষয়ে ফেচবুকত পোষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন
Read More...

কামৰূপ (মহানগৰ) জিলা টাস্ক ফ’ৰ্চৰ বৈঠক

ডিচেম্বৰৰ ভিতৰত সৰুআই আৰু ৰুবেলা ৰোগ নিৰ্মূলৰ লক্ষ্য কামৰূপ (মহানগৰ) জিলা টাস্ক ফ'ৰ্চৰ বৈঠক প্ৰতিষেধক প্ৰদানত সৰ্বাধিক গুৰুত্ব দিবলৈ উপায়ুক্তৰ নিৰ্দেশ ভাৰত চৰকাৰে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ
Read More...

লাহোৱালত মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত অনশন আছুৰ

লাহোৱালত মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ১০ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন আছুৰ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ১০ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে লাহোৱাল আঞ্চলিক
Read More...