Tag: polticalnews

Browse our exclusive articles!

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং ছুখুৱে অস্বীকাৰ কৰিছে পদত্যাগৰ কথা…

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ কথা অস্বীকাৰ৷ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং ছুখুৱে অস্বীকাৰ কৰিছে পদত্যাগৰ কথা৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ছুখুৱে পদত্যাগ কৰাৰ বাতৰি৷

ক্ৰছ ভোটিঙে জোকাৰিলে কৰ্ণাটক বিজেপিকঃ ৰাজ্যসভা নিৰ্বাচনত বিজেপি বিধায়কে কংগ্ৰেছৰ প্ৰাৰ্থীক দিলে ভোট ! তিনি খন আসনত কংগ্ৰেছ, এখনত বিজেপিৰ প্ৰাৰ্থী বিজয়ী…

ক্ৰছ ভোটিঙে জোকাৰিলে কৰ্ণাটক বিজেপিকঃ ৰাজ্যসভা নিৰ্বাচনত বিজেপি বিধায়কে কংগ্ৰেছৰ প্ৰাৰ্থীক দিলে ভোটতিনি খন আসনত কংগ্ৰেছ, এখনত বিজেপিৰ প্ৰাৰ্থী বিজয়ী অৱশে৷ত কৰ্ণাটকত হ’ল ক্ৰছ ভোটিং৷...

পুনৰ জাকিৰ হুছেইন শিকদাৰলৈ CIDৰ চমন…

পুনৰ জাকিৰ হুছেইন শিকদাৰলৈ CIDৰ চমন ৷ ২৯ ফেব্ৰুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ৷ পূৰ্বেও CIDয়ে চমন জাৰি কৰিছিল জাকিৰ হুছেইন শিকদাৰলৈ৷ ন্যায়...

সদনত উত্থাপন হ’ল ‘দ্য আছাম হিলিং (প্ৰিভেনশ্যন) প্ৰেক্টিছ’ বিল…

আজি 15 তম অসম বিধান সভাৰ বাজেট অধিৱেশন । সদনত উত্থাপন হ’ল 'দ্য আছাম হিলিং (প্ৰিভেনশ্যন) প্ৰেক্টিছ' বিল। এই বিধেয়ক আইনলৈ ৰূপান্তৰিত হ'লে অপৰাধ...

AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গোচৰ…

AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গোচৰ । APCCৰ সভাপতি ভূপেন বৰা আৰু আন কেইবাগৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধেও গোচৰ ৰুজু । গোলাঘাট আদালতত গোচৰ গোলাঘাট...

Popular

কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন

কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন

কলকাতাত অসম সাহিত্য সভাৰ উদ্যোগত ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপন

'মানুহে মানুহৰ বাবে' শীর্ষক গীতটো কেৱল এটি গীত নাছিল, ই আছিল মানুহৰ প্রতি মানুহৰ দায়বদ্ধতাৰ এক সাৰ্বজনীন প্রতীক: ছৈয়দ হাসমত জালাল

মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ

অৱশেষত মেঘালয় আৰক্ষীৰ জালত শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ছাত্রনেতা জেৰেমিয়া প’থমি।

২৫ আগষ্টৰ দিনটোতেই আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেমৰ সম্পৰ্ক

২৫ আগষ্টৰ দিনটোতেই আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেমৰ সম্পৰ্ক

Subscribe

spot_imgspot_img