Breaking

Browsing Tag

Supreme Court

পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ সঘনাই পিতৃ গৃহলৈ গৈ থকাটোও স্বামীৰ প্ৰতি কৰা এক নিষ্ঠুৰতা ! বিবাহ…

পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ সঘনাই পিতৃ গৃহলৈ গৈ থকাটোও স্বামীৰ প্ৰতি কৰা এক নিষ্ঠুৰতা, বিবাহ বিচ্ছেদত অনুমোদন দিল্লী উচ্চ ন্যায়ালয়ৰ বিবাহ বিচ্ছেদৰ প্ৰসংগত আজি এক গুৰুত্বপূৰ্ণ ৰায় দিলে দিল্লী উচ্চ ন্যায়ালয়ে। পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ ঘৰ
Read More...

‘CAA’ সন্দৰ্ভত আজি সৰ্বোচ্চ ন্যায়ালয়ত শুনানি…

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে দাখিল কৰা আবেদনৰ আজি গুৰুত্বপূৰ্ণ শুনানি গ্রহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে। CAAৰ অধিনিয়মক প্ৰত্যাহ্বান জনোৱা আবেদনৰ হ’ব শুনানি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে
Read More...

SBIলৈ চুপ্ৰীম ক’ৰ্টৰ নির্দেশনা। আজিৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ সকলো তথ্য দাখিল কৰিব লাগিব SBI-এ…

SBIলৈ চুপ্ৰীম ক’ৰ্টৰ নির্দেশনা। আজিৰ ভিতৰত SBIয়ে দাখিল কৰিব লাগিব নিৰ্বাচনী বণ্ডৰ সকলো তথ্য। কোন ৰাজনৈতিক দলে কিমান ধন লাভ কৰিছে তাৰ তথ্যও দাখিল কৰিব লাগিব SBIয়ে৷
Read More...

দেশৰ সকলো চিকিৎসালয়তে চিকিৎসাৰ খৰচ একে কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিলে উচ্চতম…

দেশৰ সকলো চিকিৎসালয়তে চিকিৎসাৰ খৰচ একে কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷ দেশৰ সকলো চিকিৎসালয়তে চিকিৎসাৰ খৰচ একে কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷ উচ্চতম
Read More...

ভুৱা বিজ্ঞাপনঃ পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিল বাবা ৰামদেৱৰ পতঞ্জলি

আকৌ চৰ্চাত বাবা ৰামদেৱৰ পতঞ্জলি। 'ভুৱা আৰু বিভ্ৰান্তিকৰ' বিজ্ঞাপনৰ বাবে পতঞ্জলিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে এইবাৰ ৰামদেৱক কঠোৰ সকিয়নি বাণী শুনাইছে। মোদীৰ চৰকাৰক লক্ষ্য কৰি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে, "চৰকাৰে চকু বন্ধ কৰি বহি আছে।’’
Read More...

জ্ঞানৱাপী মছজিদত পূজা বন্ধ কৰিব নোৱাৰিব, ৰায় দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে…

বছৰৰ পিছত বছৰ ধৰি পূজা বন্ধ থকা জ্ঞানৱাপী মছজিদত আৰম্ভ হ’ল পূজা। মছজিদটোৰ এক বিশেষ অংশত পূজা অব্যাহত থাকিব। এলাহাবাদ উচ্চ ন্যায়ালয়ে বাৰাণসী জিলা আদালতৰ আদেশ বাহাল ৰাখি এই ৰায়োন কৰে । উচ্চ ন্যায়ালয়ে কয় যে গোচৰটোৰ শুনানি চলি থকাৰ
Read More...

২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল ধেমাজি বোমা বিস্ফোৰণ ! এতিয়া বোমা বিস্ফোৰণৰ দোষমুক্ত অভিযুক্তলৈ…

২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল ধেমাজি বোমা বিস্ফোৰণৰ জঘন্য হত্যাকাণ্ড। স্বাধীনতা দিবসৰ অনুষ্ঠানত বোমা বিস্ফোৰণ ঘটাইছিল আলফাই ৷ সেই বিস্ফোৰণত ১০টা শিশু আৰু ৩ মহিলাৰ মৃত্যু হৈছিল ৷ লগতে শিশুসহ অৰ্ধশতাধিক লোক গুৰুতৰভাৱে আহত হৈছিল ৷ এতিয়া
Read More...

গুজৰাট চৰকাৰৰ নিৰ্দেশ খাৰিজ; পুনৰ জে’ললৈ যাব লাগিব বিলকিচ বানোৰ নির্যাতনকাৰী!

বিলকিছ বানোৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। সোমবাৰে ন্যায়াধীশ বি ভি নাগাৰত্না আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায়।
Read More...

লোকসভাৰ সাংসদ পদ কৰ্তনঃ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ গ’ল মহুৱা মৈত্ৰ

ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ গ’ল মহুৱা মৈত্ৰ। ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ বাতিল হোৱা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই সোমবাৰে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ শৰাণাপন্ন হয়। মহুৱাই তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ
Read More...

উচ্চতম ন্যায়ালয়ত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ মুখ্যমন্ত্ৰী যোগীৰ প্ৰথম প্ৰতিক্ৰিয়া…

জম্মু কাশ্মীৰ অনুচ্ছেদ ৩৭০ঃ সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। চিজেআই ডি.ৱাই. চন্দ্ৰচুদে সোমবাৰে কয় যে ২০১৮ চনৰ ডিচেম্বৰ মাহত জম্মু-কাশ্মীৰত জাৰি কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ
Read More...