Breaking

Browsing Tag

Swimming Competition

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ, অসম সন্তান এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ…

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ, অসম সন্তান এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ। এলিফেণ্টা আইলেণ্ড জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়া আৰৱ সাগৰলৈ (চ'লো ছুইম) সফলতাৰে সাঁতোৰ সম্পন্ন কৰা প্ৰথম গৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিলে এলভিছে।
Read More...

মালিগাঁৱত সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা

এন এফ ৰেলৱে স্পৰ্টছ এছোচিয়েচনৰ উদ্যোগত মালিগাও অফিচাৰ কলনিস্থিত ৰেলৱে চুইমিং পুলত দেওবাৰে সদৌ গুৱাহাটী আন্ত: বিদ্যালয় সাতোৰ প্ৰতিযোগিতা অনুস্থিত হয়।
Read More...