Breaking

Browsing Tag

Ukraine

ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত সৰ্ববৃহৎ মিছাইল আক্ৰমণ…

ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত সৰ্ববৃহৎ মিছাইল আক্ৰমণ চলাইছে। ৰাছিয়াৰ সৈন্যই শুকুৰবাৰে নিশাৰ পৰা ইউক্ৰেইনৰ ৰাজধানীত ৭০ টাতকৈও অধিক ক্ৰুজ মিছাইল নিক্ষেপ কৰিছে।
Read More...

‘আমি প্ৰথমে কাকো আক্ৰমণ নকৰোঁ, যদি কোনোবাই আমাক আক্ৰমণ কৰে তেন্তে পৃথিৱীৰ পৰা সকলো লেখ-জোখ মচি…

ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পশ্চিমীয়া দেশসমূহক এক ডাঙৰ সতৰ্কবাণী দিছে। পুটিনে কয় যে যদি কোনোবাই ৰাছিয়াক আক্ৰমণ কৰিবলৈ সাহস কৰে তেন্তে তেওঁৰ নাম বিশ্বৰ পৰা মচি পেলোৱা হ’ব। দুয়োখন দেশৰ কোনো
Read More...

ইউক্ৰেইনৰ সংকটঃ ৰাছিয়াৰ তেল আৰু গেছ কোনে কিনিছে… ?

পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ক্ৰয়ৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ লগতে নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে ভাৰত আৰু চীন ৰাছিয়াৰ তেল সৰ্বাধিক ক্ৰেতা হিচাপে পৰিগণিত হৈছে। ইউৰোপীয় ইউনিয়ন আৰু অষ্ট্ৰেলিয়াৰ সমৰ্থিত জি-৭ৰ প্ৰধান অৰ্থনীতিসমূহে ৰাছিয়াৰ তেল ক্ৰয়ৰ
Read More...

ৰাছিয়াই ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিঅ’পোলত এটা নতুন সামৰিক ঘাটি নিৰ্মাণ…

ৰাছিয়াই ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিঅ’পোলত এটা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰি আছে। ৰাছিয়াৰ এই কাৰ্যকলাপ শেহতীয়া কেইবাটাও উপগ্ৰহ ছবিত দেখা পোৱা গৈছে। বিবিচিৰ এক প্ৰতিবেদনত এই তথ্য দাঙি ধৰা হৈছে।
Read More...

ৰাছিয়াৰ আক্ৰমণৰ পিছত পানী আৰু বিদ্যুতৰ অভাৱত জীয়াতু ভুগিবলগা হৈছে কীয়েভৰ প্ৰায় সংখ্যক জনগণে…

সোমবাৰে সমগ্ৰ ইউক্ৰেইনৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইত ৰাছিয়াই ক্ষেপনাস্ত্ৰৰে আক্ৰমণ কৰাৰ পিছত ইউক্ৰেইনত পুনৰ সৃষ্টি হয় বিভীষিকাময় পৰিস্থিতি। ৰাছিয়াই
Read More...

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ। ইউক্ৰেনৰ ছামি ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিত এমবিবি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰি অধ্যয়নৰ বাবে গৈছিল জাভেদ। কিন্তু যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ শেহতীয়া অৱস্থাত শংকিত
Read More...

ৰাছিয়াৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে কৰ্ণাটকৰ ছাত্ৰই

ৰাছিয়াৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে ভাৰতীয় ছাত্ৰই ।ইউক্ৰেইনত মৃত্যু ভাৰতীয় ছাত্ৰৰ। ৰাছিয়াৰ বাহিনীৰ দ্বাৰা প্ৰচণ্ড গুলীবৰ্ষণৰ ফলত দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত মঙলবাৰে এজন ভাৰতীয় ছাত্ৰ নিহত হয়।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত
Read More...

ইউক্ৰেইনৰ পৰা অসমত ছয়জন শিক্ষাৰ্থী সুৰক্ষিতভাৱে ভাৰতত উপস্থিত

ইউক্ৰেইনৰ পৰা অসমত ছয়জন শিক্ষাৰ্থী সুৰক্ষিতভাৱে ভাৰতত উপস্থিত হৈছিল । অসম চৰকাৰ এমইএৰ সৈতে নিৰন্তৰ যোগাযোগত আছে । ইউক্ৰেইনত থকা অসমৰ ছয়জন শিক্ষাৰ্থীক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্থানান্তৰ কৰিছে আৰু দেওবাৰে
Read More...

ইউক্ৰেইনৰ পৰা উভতিল ২৪২ গৰাকী ভাৰতীয়

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আকংশা ।এই যুদ্ধংদেহী পৰিৱেশৰ মাজত ইউক্ৰেইনৰ পৰা উভতিল ২৪২ গৰাকী ভাৰতীয়।ৰাছিয়া আৰু ইউক্ৰেইন আক্ৰমণাত্মক পৰিৱেশৰ মাজতে কিয়েভত থকা ভাৰতীয় দূতাবাসে ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সাময়িকভাৱে দেশ
Read More...