Breaking

Browsing Tag

UPPL

বিটিচিৰ যমদুৱাৰ সমষ্টিৰ বালাগাঁৱত ইউপিপিএলৰ বিশাল যোগদান সমাৰোহ; ডেৰ সহস্ৰাধিকৰ যোগদান

"বিটিচিত বিপিএফৰ ১৭ বছৰৰ অপশাসনত সৃষ্টি হোৱা হিংসাজৰ্জৰ পৰিৱেশ তথা দুৰ্নীতি-ভ্ৰষ্টাচাৰ, অপসংস্কৃতিৰ অবসান ঘটাই বিটিচিত ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছত বিগত প্ৰায় তিনিটা বছৰে বিটিআৰ অঞ্চলত হিংসাৰ পৰিৱেশ নাইকিয়া হৈছে।
Read More...

ৰৌতাৰ ইউপিপিএলত খহনীয়া; বিধায়ক চৰণ বড়োৰ উপস্থিতিত পানবাৰী গাঁৱত ৫০ব্যক্তিৰ বিপিএফত যোগদান

১৭ অক্টোবৰত বিটিআৰৰ অধীনস্থ ৰৌতা সমষ্টিৰ পানবাৰী,বড়িগাঁও দীঘলীপাৰ গাঁওত স্বতঃস্ফূৰ্ত ভাবেপ্ৰায় ৫০ গৰাকী পুৰুষ মহিলাই ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োৰ উদ্যোগত আৰু উপস্থিতি বিপিএফ দলত যোগদান কৰে ৷ এই অনুষ্ঠানত BSUওদালগুৰি জিলা
Read More...

পুনৰ ফুলিল পদুম!

মাৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ জয় লাভভাৱনীপুৰ সমষ্টিত BJP প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ বৃহৎ জয়থাওৰাত সুশান্ত বৰগোঁহাইৰ জয় লাভতামূলপুৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী জ্বলেন দৈমাৰীৰ জয় লাভগোসাঁইগাঁও সমষ্টিত UPPLৰ জিৰণ বসুমতাৰীৰকেৱল বাকী মাত্ৰ
Read More...