Breaking

Browsing Category

জীৱনশৈলী

বিবাহৰ পিছত কিছুসংখ্যক পুৰুষে অন্য নাৰীৰ প্ৰতি কিয় আকৰ্ষিত হয় জানক…

আপুনি জানেনে যে, ঠিক এই কাৰণেই বিবাহিত পুৰুষ অন্য নাৰীৰ প্ৰতি আসক্ত হয়। আচাৰ্য চাণক্যই তেওঁৰ নৈতিকতাত ধৰ্ম, ধন, কৰ্ম, মোক্ষ, পৰিয়াল, সমাজ সম্পৰ্কে কেইবাটাও নিয়ম উল্লেখ কৰিছে। চাণক্যৰ এই নীতিসমূহৰ প্ৰাসংগিকতা বৰ্তমান সময়তো হেৰুৱাব পৰা
Read More...

ধৰ্মেন্দ্ৰৰ প্ৰথম বিবাহক লৈ হেমাৰ ঈৰ্ষা হৈছিল নেকি? অভিনেত্ৰীগৰাকীৰ ৰাজহুৱা উত্তৰ

ছানী দেওলৰ পুত্ৰ কৰ্ণ দেউলে ১৮ জুনত বিবাহপাশত আবদ্ধ হয়। এই বিবাহৰ পিছতেই ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ চৰ্চালৈ আহিল। ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে। প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈয়ে ধৰ্মেন্দ্ৰই হেমা মালিনীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
Read More...

বিফলতাৰ পিছত অভিনয়ৰ বিৰতি, পাৰফেকচনিষ্টক আমিৰ খানে এইবাৰ আন এটা পেছা বাছি লৈছে নেকি?

কেৰিয়াৰৰ ক্ষেত্ৰত যোৱা কেইটামান বছৰ বলীউডৰ অভিনেতা আমিৰ খানৰ বাবে বিশেষ ভাল হোৱা নাই। বক্স অফিচত ফ্লপ হৈছিল ‘থাগছ অৱ হিন্দোস্তান’।
Read More...

স্নাতক হোৱাৰ পিছত চাকৰি নাই,নাই কইনা! এজন যুৱকে বিষণ্ণতাত ল’লে চৰম পদক্ষেপ

স্নাতক হোৱাৰ পিছতো তেওঁ কোনো চাকৰি নাপালে। চাকৰি নথকাৰ বাবে বিয়া পাতিব নোৱাৰিলে। ডিপ্ৰেছনৰ বাবে বৃহস্পতিবাৰে পুৱা এজন ৩৫ বছৰীয়া যুৱকে চৰম পন্থা গ্ৰহণ কৰে। কৰ্ণাটকৰ তেলেংগাৰা গাঁৱৰ ঘটনা এয়া।
Read More...

বিয়াৰ আগতেই আৰম্ভ সমস্যা? ‘বিৰক্ত’ ৰাঘৱ, পৰিনীতিয়ে ফটোগ্ৰাফাৰসকলক এৰাই চলিছে…

পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাই এইবাৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে। ১৩ মে’ত পৰিনীতিয়ে আম আদমী পাৰ্টিৰ নেতা তথা সাংসদ ৰাঘৱৰ সৈতে বাগ্দান কৰে। দিল্লীৰ কাপুৰথালা হাউচত ব্যক্তিগত পৰ্যায়ত ৰাঘৱৰ
Read More...

কমল হাছান বনাম চলমান খান; ‘বিগ বছ’ৰ বাবে কিমান মাচুল লয় জানিলে আচৰিত হৈ পৰিব আপুনি!

অভিনেতা হিচাপে তেওঁ অসাধাৰণ। যদিও তেওঁ দক্ষিণৰ তাৰকা, তথাপিও তেওঁৰ জনপ্ৰিয়তা দেশজুৰি। নাম কমল হাচান৷ কমল হাছানে ইখনৰ পিছত সিখন ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছে। সৰু পৰ্দাতো তেওঁৰ আবেদন কম নহয়। সৰু পৰ্দাত জনপ্ৰিয় ৰিয়েলিটি শ্ব’ৰ
Read More...

কটহগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ কটহগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব ড্ৰাগছ দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি ২৪ জুনত ছাত্ৰ-ছাত্ৰীক লৈ ড্ৰাগছৰ বিৰুদ্ধে
Read More...

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে তিনি দিনত দহখন বাটৰ নাট প্ৰদৰ্শন, সাত শতাধিক লোকৰে…

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ সহযোগত ২৩ জুনৰ পৰা কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত তিনিদিনীয়া সজাগতামূলক বাটৰ নাট কাৰ্যসূচীৰ দেওবাৰে বিয়লি
Read More...

প্ৰতাৰণাৰ বলি হ’ল অভিনেত্ৰী ৰশ্মিকা মণ্ডন্না, মেনেজাৰে ৮০ লাখ টকাৰ প্ৰতাৰণা কৰিলে অভিনেত্ৰী গৰাকীক

হিন্দী থ্ৰিলাৰ মিছন মজনু (২০২৩)ত শেষবাৰৰ বাবে দেখা পোৱা আৰু বৰ্তমান আল্লু অৰ্জুন অভিনীত পুষ্পা ২ ছবিখনৰ কামত ব্যস্ত অভিনেত্ৰী ৰশ্মিকা মণ্ডন্নাক দীৰ্ঘদিনীয়া মেনেজাৰে ৮০ লাখ টকা প্ৰতাৰণা কৰাৰ খবৰ আহিছে৷
Read More...

তাৰকাৰ দৰে দেখাবলৈ কোনটো খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিব? কামৰ সময়ত দীপিকা-আলিয়াই কি খায়?

বছৰটোৰ ভিতৰতে বলীউডৰ তাৰকাসকলে কঠোৰ খাদ্যাভ্যাস গ্ৰহণ কৰে। হাতত ছবি থাকিলে নাথাকিলেও ডায়েটত থাকে। তাৰকাগৰাকীৰ খাদ্যাভ্যাস ৰাজহুৱা হ’লে বহুতে পুনৰ অনুসৰণ কৰে। অভিনেত্ৰীসকলৰ খাদ্যৰ প্ৰতি উৎসাহ আৰু কৌতুহল স্বাভাৱিকতে বেছি। কিন্তু এই আগ্ৰহ
Read More...