আছাম ৰাইজিং( ইভেন্টে)

১৪নবেম্বৰত ওৰাঙত ক্ৰিকেট প্ৰতিযোগিতাৰ শুভ আৰাম্ভনী অনুষ্ঠান

ওদালগুৰি জিলাৰ অগ্ৰণী ক্ৰীড়া সংঘ জেনিথ ক্লাবৰ উদ্যোগত অহা নবেম্বৰ মাহৰ ১৪ তাৰিখৰ পৰা ওৰাঙৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মহাবিদ্যালয়ৰ ষ্টেডিয়ামত T20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত...

৩০ দিনৰ বাবে দৈনিক ৫ হাজৰ লিটাৰকৈ বিশুদ্ধ খোৱা পানী বিতৰণ

ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ ওৰাংৰ  যুৱক কিশোৰ শৰ্মাই লৈছে এক  উল্লেখনীয় প্ৰশংসনীয় পদক্ষেপ । মাজবাট বিধানসভা সমষ্টি বাসী ৰাইজক বিশুদ্ধ খোৱাপানীৰ প্ৰতি সচেতনতা...

পূৰৱ শৰ্মালৈ শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰৰ সন্মান

ইষ্টানবুল আন্তঃৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত চুটি ছবি  'অনীহা'ৰ বাবে পূৰৱ শৰ্মাই শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰ পুৰস্কাৰ লাভ কৰে। পূৰৱ যোৰহাট স্পীঙ ডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ।...

একতা দিৱস উপলক্ষে সম্বৰ্দ্ধনা জ্ঞাপন

ৰঙিয়াৰ মহখলীস্থিত দক্ষিণ পশ্চিম ৰঙিয়া কৃষ্টি বিকাশ কেন্দ্ৰত চৰ্দাৰ বল্লভ ভাই  পেটেলৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি একতা দিৱস ৰূপে পালন কৰা হয় ।গুৱাহাটী...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন ।

জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩  সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয় ৰঙিয়া মহাবিদ্যালয়ত ৷কাৰ্যসূচী অনুসৰি গুৰু আসন প্ৰতিষ্ঠা, নামপ্ৰসংগ, বৰপেটা সত্ৰৰ দ্বাৰা পৰিচালিত থিয়...

Popular