আছাম ৰাইজিং( ইভেন্টে)

অজিত কুমাৰ বৰালৈ ২০২১বৰ্ষৰ “অসম জ্ঞান ৰত্ন বঁটা”

দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ কোবাল গাঁৱৰ নিবাসী গণকপুখুৰী হাইস্কুলৰ সহকাৰী শিক্ষক অজিত কুমাৰ বৰাক অসমীয়া সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে...

মাধ্যম আন্দোলনৰ প্রথম ছহিদ মোজাম্মিল হকৰ ৫০ সংখ্যক স্মৃতি দিৱস

 বিশ্ব বিদ্যালয় সমূহত অসমীয়া ভাষা মাধ্যম হ'ব লাগে লাগে বুলি দাবী কৰি সদৌ অসম ছাত্র সন্থাই ১৯৭২ চনৰ ৫ অক্টোবৰত দিয়া অসম বন্ধত খাৰুপেটীয়ালৈ...

বিদ্যালয় প্ৰাদেশিকীকৰণ আৰু বৰ্ধিত মূল্য বৃদ্ধিৰ প্ৰতিবাদত কবিৰালী শাখা ছাত্ৰ সন্থাৰ বৃহৎ মানৱ শৃংখল কাৰ্যসূচী

কবিৰালী শাখা ছাত্ৰ সন্থাৰ অন্তৰ্গত অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণৰ দাবীত লগতে বৰ্ধিত মূল্য বৃদ্ধিৰ প্ৰতিবাদত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম গুৰুত্বপূৰ্ণ শাখা‌ ছাত্ৰ সন্থা কবিৰালী...

লামডিঙ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক নাৰ্চৰ গাফিলতি

 লামডিঙ অসামৰিক চিকিৎসালয়খনত বিতৰ্কই যেন এতিয়া পিছ নেৰা হৈছে ৷ চিকিৎসক নাৰ্চৰ কাণ্ডজ্ঞানহীনতাত এটা  পিছত এটা  ঘটনা সংঘটিত হ'ব  ধৰিছে লামডিং এফ আৰ ইউত। ...

ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত বৰাৰ বিয়োগ ৷

নগাঁৱৰ ডিমৰুগুৰিৰ কালিবাৰীৰ পূৱেৰুণ পথৰ বাসিন্দা ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী,বিশিষ্ট সমাজকৰ্মী চন্দ্ৰকান্ত বৰাৰ কালি সন্ধিয়া পাঁচ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত...

Popular