অসম

আজিৰে পৰা সলনি বহুকেইটা নিয়মঃ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস

আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস পালে। ১৮৩.৫০ টকাকৈ হ্ৰাস পালে দাম। গুৱাহাটীত আজি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৩ হাজাৰ ১৭৩ টকা ৫০ পইচা।

অৰুণাচল সীমান্তত চীনৰ অনুপ্ৰৱেশ অব্যাহতঃ স্থায়ী ঘাটি স্থাপন, স্থানীয় জনজাতীয় লোকৰ প্ৰৱেশত বাধা

অৰুণাচল সীমান্তত চীনৰ অনুপ্ৰৱেশ অব্যাহতঃ স্থায়ী ঘাটি স্থাপন, স্থানীয় জনজাতীয় লোকৰ প্ৰৱেশত বাধা

অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰত ঘোষণাসমূহ অসমীয়া ভাষাতো কৰাৰ আহ্বান

গুৱাহাটী বিমান বন্দৰত ঘোষণাসমূহ অসমীয়া ভাষাতো কৰাৰ আহ্বান। অৱসৰ প্ৰাপ্ত IPS বিষয়া কুলধৰ শইকীয়াসহ ৩ আমোলাই পত্ৰ লিখিলে বিমান বন্দৰ কৰ্তৃপক্ষলৈ।

প্ৰত্যাহ্বানক নেওচি ট্ৰেকত নামিল ১৫৯ গৰাকী প্ৰতিযোগীঃ নগাঁৱত সফল সামৰণি জিলা ভিত্তিক পেৰা ক্ৰীড়া বাছনি শিবিৰৰ

প্ৰত্যাহ্বানক নেওচি ট্ৰেকত নামিল ১৫৯ গৰাকী প্ৰতিযোগীঃ নগাঁৱত সফল সামৰণি জিলা ভিত্তিক পেৰা ক্ৰীড়া বাছনি শিবিৰৰ

জোনাইত উটি গ’ল কেমি-জেলম সংযোগী লোহাৰ দলং

ৰাজ্যৰ বিভিন্ন স্থানত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ সংহাৰী ৰূপ আৰু ধাৰাসাৰ বৰষুণৰ বাবে খৰস্ৰোতা নদীসমূহৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে৷

Popular