অসম

ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ

ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। মুখ্যমন্ত্ৰীলৈ ফোন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

ধেমাজিৰ জোনাইত সম্পূৰ্ণৰূপে বিচ্ছিন্ন ৰে’ল যাতায়াত

জোনাইত চিমেন নৈৰ সংহাৰ অব্যাহত। ফেনে-ফোটোকাৰে বাঢ়িছে চিমেন নৈৰ জলস্তৰ। সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈছে ৰে’ল সেৱা।

অসম সাহিত্য সভাৰ‌ কাব্য-শিৱিৰ আৰু কাব্যকাকলি অনুষ্ঠান সম্পন্ন

আত্মবিশ্লেষণ আৰু আত্মসমালোচনাই আমাৰ জীৱন অৰ্থবহ কৰেঃ ৰাজীৱ বৰা। অসম সাহিত্য সভাৰ‌ কাব্য-শিৱিৰ আৰু কাব্যকাকলি অনুষ্ঠান সম্পন্ন

জুবিন গাৰ্গলৈ ছবিৰে শ্ৰদ্ধাৰ্ঘ্যঃ টলিউডত নিৰ্মাণ হ’ব ‘লাভ ইউ জুবিন দা’

অসমৰ প্ৰাণৰ শিল্পী, কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গক লৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাই টলিউডত নিৰ্মাণ হ’বলৈ ওলাইছে এখন নতুন সংগীত মধুৰ ছবি ‘লাভ ইউ জুবিন দা’৷

ED-এ জব্দ কৰিলে প্ৰাক্তন IPS বিষয়া প্ৰশান্ত দত্তৰ সম্পত্তি

ED-এ জব্দ কৰিলে প্ৰাক্তন IPS বিষয়া প্ৰশান্ত দত্তৰ সম্পত্তি। দুৰ্নীতিত লিপ্ত প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্তৰ ৫৩ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত।

Popular