Breaking

Browsing Category

অসম

প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আনিব ১৫৭ টা শিল্পকলা আৰু পুৰাতত্ব

আমাৰ প্ৰাচীন সভ্যতাৰ গৌৰৱক প্ৰতিফলিত কৰা আৰু প্ৰতিফলিত কৰা আমাৰ ন্যায্য শিল্পকলাবোৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰৰ অক্লান্ত প্ৰচেষ্টা অব্যাহত আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ১৫৭
Read More...

চুতীয়া সম্প্ৰদায়ৰ বিভিন্ন বিষয় সম্পৰ্কীয় আলোচনা মুখ্যমন্ত্ৰীৰ

আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সতীৰ্থ মন্ত্ৰী ড০ ৰণোজ পেগুৰ উপস্থিতিত চুতীয়া জাতীয় সন্মিলন, সদৌ চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সম্মিলন আৰু চুতীয়া মহিলা সন্মিলনকে ধৰি চুতীয়া সম্প্ৰদায়ৰ সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত
Read More...

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ ভোগডহৰ চৰাঞ্চলৰ পৰা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

ধুবুৰীৰ ভাৰত - বাংলাদেশ সীমান্তৰ ভোগডহৰ চৰাঞ্চলৰ পৰা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ ।আটকাধীন ডকাইত জনৰ পৰা ৪ টা ছোলাৰ পেলেট সহ ২ টা বেটাৰী উদ্ধাৰ । ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সুত্ৰে চলাইছিল এই সকল দূৰ্ধষ ডকাইতৰ
Read More...

পুনৰ বিতৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অভিযোগ- বিতৰ্কই যেন লগ নেৰিব! সেয়াই হৈছে। শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰশিক্ষা পাঠ্যক্ৰমত অথন্তৰ ঘটা বুলি অভিযোগ উত্থাপিত হৈছে। বিগত বৰ্ষৰ পৰাই দূৰশিক্ষা পাঠ্যক্ৰমত কেটবোৰ ব্যাপক খেলি- মেলিৰে পৰিচালিত
Read More...

গোৱালপাৰাত এ আই ইউ ডি এফ দলৰ মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। ৰাজ্যপাললৈ পাচ দফীয়া দাবীৰ স্মাৰক…

 যোৱা ২৫ ছেপ্তেম্বৰ তাৰিখে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰৰ গৰুখুটিত অসম চৰকাৰৰ দ্বাৰা সংঘটিত হোৱা হত্যাযজ্ঞ আৰু অমানবীয় উচ্ছেদৰ প্ৰতিবাদত আৰু উচ্ছেদিত সকলক পৰ্যাপ্ত পৰিমাণে ক্ষতি পূৰণৰ সৈতে পুনৰ সংস্থাপন দিয়াৰ দাবীত আজি এ আই ইউ ডি এফ
Read More...

দুলীয়াজানৰ প্ৰকৃতিপ্ৰেমী নবীন বৰুৱালৈ পি এইচ ডি সন্মান

অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন বিভাগৰ কৰ্মচাৰী নবীন বৰুৱাক কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডি কে ইণ্টাৰনেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ সহযোগত সমতা সাহিত্য অকাডেমীয়ে পি এইছ ডি ডিগ্ৰী প্ৰদান কৰিছে । তৈল নগৰী দুলীয়াজানৰ নিচেই কাষতে লাগি থকা
Read More...

উত্তৰ পূবৰ প্ৰথমটো জনগোষ্ঠীয় পানীয়লৈ ভৌগলিক স্বীকৃতি

ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় 'জুডিমা'ই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো পৰম্পৰাগত পানীয় হিচাপে ভৌগলিক স্বীকৃতি লাভ কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে  দীৰ্ঘদিনৰ গৱেষণাৰ আৰু পৰ্যবেক্ষণৰ পাছত ২০১৯ বৰ্ষত  জনোৱা আবেদনৰ ভিত্তিত এই
Read More...

নলবাৰী বাহঁজানীত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী পালন কৰিলে বিধায়ক জয়ন্ত মল্ল বৰুৱাই

 একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়ৰ প্ৰণেতা, মহান ৰাষ্ট্ৰবাদী তথা কুশল সংগঠক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী  । এই মহান ব্যক্তি গৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নিৰ্দেশ অনুসৰি আজি ৰাজ্যৰ প্ৰতিটো বুথত
Read More...

ৰাজহ চক্ৰৰ লাট মণ্ডলৰ সহযোগত মাতৃৰ নামত ভূৱা নামজাৰী কৰে দুই বিঘা মাটি

দৰঙৰ দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং চিকন মাটি গাঁৱৰ আব্দুল কৰিমৰ পুত্ৰ জয়নাল আব্দিনৰ ভূমি বলপূৰ্বক ভাৱে বেদখল কৰে ভূ মাফিয়া ৰূপী দালালে । জানিব পৰা মতে ১৯৭০ চনত জৰীপৰ সময়ত  জয়নাল আব্দিনৰ ককা দেউতাই  ৩৬ নং ম্যাদী পট্ৰাৰ ১৯ নং দাগৰ
Read More...

মাজুলী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱস পালন

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৪ চেপ্তেম্বৰত ৰাষ্ট্ৰীয় সেৱা আঁচনি , মাজুলী মহাবিদ্যালয় গোটৰ সৌজন্যত এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই কাৰ্য্যসূচীৰ অধীনত মাজুলীৰ অন্যতম ব্যস্ত অঞ্চল কমলাবাৰী পাৰঘাটত
Read More...