Breaking

Browsing Category

অসম

বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ আমছুৰ

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ( আমছু) ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বঙাইগাঁৱতো দৰং জিলাৰ ছিপাঝাৰ ধলপুৰত অসম চৰকাৰে উচ্ছেদৰ নামত নীৰিহ সংখ্যালঘু লোকৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰৰ প্ৰতিবাদত  তথা উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ
Read More...

ভক্তৰডবাত সমাজ কল্যাণ বিভাগৰ পোষণ মাহৰ সজাগতা সভা সম্পন্ন

সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিস্থিত পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ভক্তৰডবা চক্ৰৰ ৰাষ্ট্ৰীয় পোষণ মাহৰ সজাগতা সভা আজি ৮১২ নং নলীগাও প্ৰাথমিক বিদ্যালয়ত থকা ৯২ নং দক্ষিণ নলীগাও অংগনৱাডী কেন্দ্ৰত অনুষ্ঠিত হৈ
Read More...

লাহৰীঘাটৰ কুশতলিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

যোৱা কালি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলিত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু গেৰুৱা দলটোৰ লাহৰীঘাট
Read More...

বঙাগাঁৱত ‘দ্যা মিছিং গাৰ্ল’( The Missing Girl)ৰ শুভ মহুৰত

বঙাইগাঁৱত ’দ্যা মিছিং গাৰ্ল’ নামৰ চুটি কথাছবি এখনৰ শুভ মহুৰত হয় ৷ অসম সন্তান তথা বলিউড জগতৰ এগৰাকী পৰিচালক নীলিপ দেৱৰ দ্বাৰা পৰিচালিত এই চুটী ছবিখনৰ শুভ মহুৰতৰ আৰম্ভণি কৰা হয় বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ত
Read More...

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ নতুন ফেৰী জাহাজ সেৱাৰ শুভাৰম্ভ

ধুবুৰী আভ্যন্তৰীণ জল পৰিবহন বিভাগ আজিৰ পৰা জলেশ্বৰ আৰু ধুবুৰী ৰ মাজত নতুন যাএী ফেৰী সেৱাৰ শুভাৰম্ভ হয়। ধুবুৰী যোগমায়া পাৰ ঘাটৰ পৰা আজি দিনৰ ২বজাত আভ্যন্তৰীণ জল পৰিবহন বিভাগ ৰ "এম ভি প্ৰতীমা " নামৰ জাহাজটো শতাধিক যাএী লৈ জলেশ্বৰ ৰ
Read More...

অংগনৱাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল মুছলপুৰ

দেশজোৰা ধৰ্মঘটৰ অংশ হিচাপে আজি বাক্সা জিলাতো অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন সমস্য সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা সদৰ মুছলপুৰস্থিত দূৰ্গা মন্দিৰ খেলপথাৰত বাক্সা জিলা
Read More...

বালিজুৰিত পোষন মাহ উদযাপন

 বিশ্বনাথ জিলাৰ ইটাখোলাৰ সমীপৰ বালিজুৰিত কালি ভাৰত চৰকাৰৰ লোক সম্পৰ্ক আৰু সঞ্চাৰ ব্যুৰো ' তথ্য আৰু সম্প্ৰচাৰ  মন্ত্ৰালয়,ফিল্ড আউটৰিছ ব্যুৰ,তেজপুৰৰ উদ্যোগত পোষন মাহ উপলক্ষে এক বিশেষ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় ।উক্ত কাৰ্যসূচীৰ সঞ্চালন
Read More...

আন্ত: ৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমত চাইকেল ৰেলী

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত  জনসচেতনতাৰ সৃষ্টিৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী নগৰ আঞ্চলিক সমিতিৰ দুই বিষয়ববীয়াক্ৰমে দিপজ্যোতি বেজবৰুৱা আৰু আফটাব
Read More...

চাপৰৰ বিভিন্ন অঞ্চলত আমছুৰ উত্তাল প্ৰতিবাদ

মূখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ।    অসম চৰকাৰ হায় হায় । হিমন্ত বিশ্ব শৰ্মা গো বেগ। আদি শ্লগানেৰে পৰিৱেশন উত্তাল কৰি তোলে প্ৰতিবাদ কাৰী।    উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবী লৈ আজিৰ এই প্ৰতিবাদ । ধুবুৰী জিলাৰ নিউ হাতিপতাৰ ১৭ নং
Read More...

ধুবুৰীত অসম ৰাজ্যিক অঙ্গনৱাদী আৰু সহায়িকা কৰ্মী সন্থাৰ প্ৰতিবাদ

ধুবুৰীত অসম ৰাজ্যিক অঙ্গনৱাদী আৰু সহায়িকাৰ কৰ্মী সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্দোগত প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত হয়। অঙ্গনৱাদী কৰ্মী আৰু সহায়িকাৰ লগতে সকলো আচনিভুক্ত শ্ৰমিকক নুন্যতম দৰমহা মাহেলী ২১,ooo.০০ টকা,পেঞ্চন প্ৰভিডেণ্ট
Read More...