Breaking

Browsing Category

অসম

লাহৰীঘাটৰ ভূৰাগাঁৱত ছাত্র মুক্তি, কৃষক মুক্তি, আৰু আমছুৰ যৌথ প্ৰতিবাদ

 চিপাঝাৰ আৰু গৰুখুটি অঞ্চলত প্ৰশাসনে অমানৱীয়ভাৱে চলোৱা উচ্ছেদ অভিযান বন্ধৰ লগতে, মৃত ব্যক্তিৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলোৱা ফটো গ্ৰাফাৰ বিজয় বণিয়াক  ফাঁচিৰ দাবীত ভূৰাগাঁৱত ছাত্র মুক্তি, কৃষক মুক্তি আৰু আমছুৰ যৌথ প্ৰতিবাদ। দৰং জিলাৰ
Read More...

গুৱাহাটীত কেন্দ্ৰীয় ৰে’ল আৰু বস্ত্ৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী দৰ্শনা জাৰ্দোশ

গুৱাহাটীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, ৰে'ল আৰু বস্ত্ৰ মন্ত্ৰী শ্ৰীমতী দৰ্শনা জাৰ্দোশক আদৰণি জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰে'লৱে বৈদ্যুতিকৰণ, ট্ৰেক দুগুণ কৰা আৰু অসমত ৰে'লপথত উৰণীয়া সেঁতু নিৰ্মাণৰ ওপৰত চিন্তা-চৰ্চা আৰু হাতীৰ
Read More...

জাহ্নৱী বৰুৱাৰ ইংৰাজী গ্ৰন্থ ‘UNDERTOW’ লৈ দেশৰ সন্মানীয় AUTHOR -2021 বঁটা

অসমৰ লেখক সমাজলৈ আহিছে এটি আনন্দৰ খবৰ।বেংগলুৰু নিবাসী অসমীয়া জাহ্নৱী বৰুৱাই ইংৰাজী ভাষাত নিজৰ সৃষ্টিৰে ৰাষ্ট্ৰীয় স্তৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই বৰ্ষৰ সন্মানীয় The Author Award-2021 ৰ ফিকচন শাখাৰ শ্ৰেষ্ঠতাৰ বঁটাৰ কঢ়িয়াই আনিছে
Read More...

প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতি

এটা পথ নিৰ্মাণৰ দুবছৰ ন হওঁতেই জহি-খহি গৈছে।পথছোৱাৰ দুৰৱস্থাই জলা-কলা খুৱাইছে সাধাৰণ ৰাইজ তথা পথচাৰিক।লেখাপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত উদয়পুৰ-কথাগাঁও সংযোগী পথটো বৰ্তমানে যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে।প্ৰধান মন্ত্ৰী গ্রাম্য চড়ক যোজনাৰ
Read More...

বৃক্কৰ জটিল ৰোগত আক্রান্ত টীয়কৰ মেধাৱী ছাত্ৰী স্মৃতি

বৃক্কৰ জটিল ৰোগত আক্রান্ত হৈছে টীয়ক বলমাৰ এগৰাকী ছাত্ৰী। নাম তাইৰ স্মৃতি বৰা ।টীয়ক বলমা নহাট টিপমীয়া গাঁৱৰ দুখীয়া পৰিয়ালৰ এগৰাকী ছাত্ৰী তথা টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম
Read More...

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এখন গাওঁ

ধুবুৰী জিলাৰ চাপৰ শালকোচা উন্নয়ন খণ্ডত অন্তৰ্গত ৰঙামাটি গাওঁ পঞ্চায়ত ছাচলাপাৰা ২য় খণ্ড গাঁওত আছে এই পথ । উল্লেখ্য যে যোৱা ৫০ বছৰ ধৰি এই পথছোৱা এনেদৰে জৰা জীৰ্ণ হৈ আছে কিন্তু আজি লৈকে জন প্ৰতিনিধি তথা স্হানীয় বিধায়ক নাই কোনো
Read More...

নামতহে চিকিৎসালয়।কামত নাই।এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ৰোগীৰ

অসম অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধান সভা সমষ্টিত থকা মহলীয়াপাৰা আৰ্দশ চিকিৎসালয় । উল্লেখযোগ্য যে বৃহৎ অঞ্চলটোৰ চিকিৎসা সেৱাৰ প্ৰতি লক্ষ্য ৰাখি তদানীন্তন বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰী,৭০ নং
Read More...

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ দয়াল দাস পাণিকাৰ স্মৃতি যুগমীয়াৰ্থে

অসমত বসবাস কৰা এশৰো অধিক চাহ জনগোষ্ঠীৰ আদিবাসী সম্প্রদায় বিভিন্ন জাতি উপজাতি সকলক লৈ ৰাজ্যিক ভিত্তিত। অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা নামেৰে এটি সংগঠনে  ২০০৩ চনৰ ৬ এপ্রিল তাৰিখে  গঠন হৈছিল  ৷ ওদালগুৰিতো এই সংগঠনটোৰ  জিলা সমিতিয়ে চাহ
Read More...

ইউ এল বিৰ জন্মৰ আঁৰত জড়িত ৰাজনৈতিক চক্ৰ : গোবিন্দ বসুমতাৰী

বৰ্তমান সময়ত ইউ এল বিৰ কোনো প্ৰয়োজন নাই।বিটিচিত এতিয়া তেওঁলোকক কোনেও গ্ৰহন নকৰে।ইউ  এল বিৰ জন্মৰ আঁৰত ৰাজনৈতিক চক্ৰ জড়িত আছে।এই বিস্ফোৰক মন্তব্য বিটিচিৰ উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ।তেওঁ লগতে উল্লেখ কৰি কয়-
Read More...

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে পুৱা ৱাশ্বিংটন ডিচিত তেওঁৰ তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ বাবে উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে পুৱা ৩.৩০ বজাত (ভাৰতীয় সময়মতে) ৱাশ্বিংটন ডিচিৰ জয়েন্ট বেছ এণ্ড্ৰুজ এয়াৰবেচত
Read More...