Breaking

Browsing Category

অসম

ধুবুৰীৰ নিউ পানবাৰীত লোমহৰ্ষক হত্যাকাণ্ড।

এগৰাকী প্ৰধান শিক্ষকক হত্যা কৰি ঘাইপথৰ দাতিত পেলাই থৈ গল নৰপিচাসে । অপৰাধীক গ্ৰেপ্তাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । শেহতীয়াকৈ বিটিআৰৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ এগৰাকী প্ৰধান শিক্ষকক অপহৰণ কৰি নি হত্যা।উল্লেখ্যযে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী
Read More...

মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

মৰিগাঁও আৰক্ষীৰ জালত পৰিছে এটা চাইবাৰ অপৰাধী । ঝাৰখাণ্ডৰ জামতাৰাৰ পৰা আৰক্ষীয়ে আটক কৰা চাইবাৰ অপৰাধীটোৰ নাম গৌৰ দাস (৩৪) । ধৃত প্ৰবঞ্চকটোবে   ভূৰাগাঁৱৰ  দেবজিৎ ভড়ালি নামৰ এজন শিক্ষকৰ নামত থকা মৰিগাঁও এছ বি আই ৰ একাউণ্ট হেকিং কৰি ৬৪০০০
Read More...

এটিএম, পেঞ্চন আৰু চিলিণ্ডাৰৰ পৰা চেকবুকলৈ, এই ৯টা ডাঙৰ নিয়ম আজিৰ পৰা সলনি হৈছে।

ক্ৰেডিট আৰু ডেবিট কাৰ্ড পৰিশোধ সম্পৰ্কীয় নিয়মসমূহ ১ অক্টোবৰৰ পৰা সলনি হ'ব। নতুন অটো ডেবিট নিয়মটো আপোনাৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ পৰা কাৰ্যকৰী হৈছে। ইয়াৰ অধীনত, বেঙ্কবোৰে গ্ৰাহকৰ অজ্ঞাতে আপোনাৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰিব নোৱাৰিব। বেঙ্কে
Read More...

প্ৰায় এমাহ ধৰি বিকল ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এক্সৰে মেচিন

ওদালগুৰি জিলাৰ অন্যতম স্বাস্থ্য কেন্দ্ৰ হিচাপে পৰিচিত ওৰাং  খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ  কৰ্ম কাণ্ডই ৰাইজৰ চকু কপালত তুলিছে । দীৰ্ঘদিন ধৰি চিকিৎসক সকলৰ নিজ দায়িত্ব পালন নকৰা আদিৰ দৰে নানান ধৰণৰ অসুবিধা সন্মুখীন হৈ অহা ওৰাং অঞ্চলৰ ৰাইজে
Read More...

ঠেঙাল স্বায়ত্ব-শাসিত পৰিষদত ব্যাপক দুৰ্নীতিৰ অভিযোগ ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ I

ঠেঙাল স্বায়ত্ব-শাসিতপৰিষদৰ 21 নং ৰূপহীগড় সমষ্টিত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলে ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি কেশব নেওগ ঠেঙালে I ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ এটা সজাতি দলে জোনাই মহকুমাৰ ঠেঙাল বসতি অঞ্চল ভ্ৰমন কৰাৰ পাছত সংবাদ মাধ্যমৰ
Read More...

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ঘোষণা

ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নিত কৰা হৈছে। আই এছ পৰ্যায়ৰ আয়ুক্ত নিযুক্ত হ'ব।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত ফুট অভাৰব্ৰীজ নিৰ্মাণৰ আধাৰশিলা কৰিব।ডিব্ৰুগড়ৰ আন আন স্থানতো হব ফুট ব্ৰীজ।ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰ
Read More...

বৃক্কৰ ৰোগত আক্রান্ত টীয়কৰ স্মৃতিৰ গৃহত সাংসদ তপন গগৈ

টীয়ক চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়ৰ মেধাৱী ছাত্রী স্মৃতি বড়া জটিল ৰোগত আক্রান্ত হোৱাৰ খবৰ সংবাদ মাধ্যমৰ যোগে জানিব পাৰি বৃহস্পতিবাৰে ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ। বৃহস্পতিবাৰে বিয়লি সাংসদ তপন
Read More...

চাহ শ্ৰমিকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ…

-দেশৰ মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ' এন জি চিয়ে আধুনিক প্ৰযুক্তি বিদ্যাৰ যুগত উন্নত প্ৰযুক্তি ব্যৱহাৰ নকৰি তেল খনন আৰু উৎপাদনৰ নামত অসমৰ আন এটা লাভজনক উদ্যোগ চাহ বাগিচা অঞ্চলত দীৰ্ঘদিন ধৰি চাহ গছ উচ্ছেদ কৰি উদ্যোগটোক
Read More...

বঙাইগাঁৱত ৯ খনজিলাক সামৰি বিজেপিৰ মাণ্ডলিক পৰ্যায়ত সাংগঠনিক সভা

ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ উদ্যোগত বৃহস্পতিবাৰে দলটোৰ বঙাইগাঁও জিলা কাৰ্যালয়ত  ৯ খন সাংগঠনিক জিলাক সামৰি এখন মাণ্ডলিক পৰ্যায়ৰ সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদক পুলক
Read More...

সম গোৰ্খা সন্মিলন জঙ্গলবড়িগাওঁ শাখা সমিতিৰ সভাপতি ধঞ্জিত ৰাইৰ মৃত্যু

ওদালগুৰি চহৰৰ উত্তৰে অৱস্থিত পূৱ জঙ্গলবড়িগাওঁ (বকাইনাডাড়া) নিবাসী সাংস্কৃতিক কৰ্মী ধঞ্জিত ৰাইৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে। বিশিষ্ট সাংস্কৃতিক কৰ্মী, স্থানীয় হিমালচুলী সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি, অসম গোৰ্খা সন্মিলন
Read More...