Breaking

Browsing Category

অসম

এজন কেন্দ্রীয় মন্ত্রীৰ নৃত্যই খলকনিৰ সৃষ্টি কৰিলে অৰুণাচল প্ৰদেশত

আইন মন্ত্ৰী কিৰেন ৰিজিজু শেহতীয়াকৈ অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ গৈছিল। তেওঁ তেওঁৰ ভ্ৰমণৰ এটা ভিডিঅ' টুইট কৰিছিল য'ত তেওঁ কাজালাং গাঁৱত উপস্থিত হৈছিল। এই ভিডিঅ'টোৱে আইন মন্ত্ৰীৰ এটা বেলেগ প্ৰকাৰ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও
Read More...

আজি ধেমাজি জিলাত অনুষ্ঠিত হয় কেবিনেট বৈঠক ।

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৌৰাহিত্যত পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা নিলগত ধেমাজি জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হয়।এই বৈঠকৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে এক
Read More...

পথ মেৰামতিৰ দাবীত বিহালীত বিশ্বনাথ জিলা ছাত্র সন্থা প্ৰতিবাদ

বৃহস্পতিবাৰে পথ মেৰামতিৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিহালী বেদেতী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পূৰ্ব বিহালী আৰু পশ্চিম বিহালী আঞ্চলিক ছাত্র সন্থাই বিশ্বনাথ চাৰিআলি পৰা গসপুৰলৈ যোৱা
Read More...

পত্নী আৰু পুত্ৰক বিচাৰি কান্দোনত ভাগি পৰিছে মন্তেশ্বৰ ৰায়। আগমনি থানাত এজাহাৰ দাখিল।

ধুবুৰী জিলাৰ আগমনি আৰক্ষী চকীৰ অন্তৰ্গত পাৱাৰছৰা গাঁওৰ বাসিন্দা মন্তেশ্বৰ ৰায়ৰ পত্নী মনিকা বালা ৰায়ৰ বিগত তিনি বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ আৰম্ভ হৈছিল এখন সুখৰ সংসাৰ , আৰু তেওঁলোকৰ আছিল আঢ়ৈ বছৰীয়া পুত্ৰ সন্তান ,মন্তেশ্বৰ ৰায় পেচাত
Read More...

ধূলাত পোষণ বাগিচাৰ শুভ উদ্বোধন

পূব মঙলদৈ সংহত উন্নয়ন প্ৰকল্পৰ ধূলা চেক্টৰৰ ১৩ নং অংগনবাদী কেন্দ্ৰত পোষণ মাহ উপলক্ষে পোষণ ভাটিকা (বাগিছা)ৰ শুভ উদ্বোধন কৰে পূব মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়ে। আনহাতে দৰং পোষণ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত উক্ত
Read More...

কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিৰ নাম সলনি কৰি ৰাখিছে প্ৰধানমন্ত্ৰী পোষণ যোজনা

কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী পোষণ যোজনা ৰাখিছে, যাৰ বাবে অহা 5 বছৰত 1.30 লাখ কোটি টকা ব্যয় হ'ব । কেন্দ্ৰীয় চৰকাৰে বুধবাৰে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক ৰন্ধা খাদ্য
Read More...

এগৰাকী সত্ৰীয়া ট্যুৰ গাইডে জিনিলে” মাজুলী ট্যুৰিজিম এৱাৰ্ড “

পিন্ধনত ধুতি-পঞ্জাবী , চল্লিছৰ উৰ্ধৰ যুৱক নিতুল দত্তই সত্ৰীয়া নৈমিত্তিক কৰ্মৰাজী সমাপন কৰি পূৱাই খোজকাঢ়ি ওলাই যায় পৰ্যটকৰ সন্ধানত । কান্ধত এটা কাপোৰৰ বেগ ওলমাই পুৱাই সত্ৰীয়া কৰ্মখিনি সমাপন কৰি ওলাই যোৱা ট্যুৰ গাইড গৰাকীয়ে সন্ধান কৰে
Read More...

ধূলাত পোষণ বাগিচাৰ শুভ উদ্বোধন

পূব মঙলদৈ সংহত উন্নয়ন প্ৰকল্পৰ ধূলা চেক্টৰৰ ১৩ নং অংগনবাদী কেন্দ্ৰত পোষণ মাহ উপলক্ষে পোষণ বাগিছাৰ শুভ উদ্বোধন কৰে পূব মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়ে। আনহাতে দৰং পোষণ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত উক্ত কেন্দ্ৰ
Read More...

সাজু হৈছে সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদল

কৰোনাতাংকৰ মাজতে কভিড প্ৰটোকলৰ মাজেৰে  পূৰ্ণ গতিত আখৰা কৰিছে সমুদ্র তালুদাৰৰৰ প্ৰযোজিত সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলে। যোৱা দুটা বৰ্ষৰ অভূতপূর্ব সফলতাৰ পিছত নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলে  এই বৰ্ষত
Read More...

ওদালগুৰিৰ শিৱপুৰত নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ উদ্যোগত বৈদ্যুতিক বেংকিং সজাগতা সভা

ওদালগুৰি জিলাৰ অন্তৰ্গত শিৱপুৰ ডিচিডিচিৰ কাৰ্যালয়ত শিৱপুৰ,লাউদং আৰু বালিচন্দা অঞ্চল সামৰি নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংক,ওদালগুৰি শাখাৰ উদ্যোগত ২৯ ছেপ্তেম্বৰত  এখনি বৈদ্যুতিক বেংকিং সজাগতা সভা আৰু প্ৰশিক্ষন অনুষ্ঠিত হৈ যায়।ওদালগুৰি শাখাৰ
Read More...