স্থানীয় বাৰ্তা

গোলাঘাটৰ আজন্ম শিল্পী সিমেন দাসৰ অকাল বিয়োগ

"মৃত্যু চিৰন্তন সত্য,যদিও এই মৃত্যু অসহনীয়,অবিস্বাস্য।'' গোলাঘাটৰ বিশিষ্ট চিত্ৰশিল্পী, সাংস্কৃতিক কৰ্মী তথা তোৰণ সম্ৰাট  হিমেন দাসৰ অকাল মৃত্যু।কালি বিয়লি ২.৩৫ বজাত সকলোকে কন্দোৱাই অনন্তধামলৈ গতি...

সন্মিলিত গণশক্তি অসমৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত ২০০৫ চনত জন্ম লাভ কৰা আঞ্চলিক দল সন্মিলিত গণশক্তি অসমৰ  ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস  দেৰগাঁও বিধানসভা সমষ্টিৰ খৰিয়ামাৰীৰ শুকুৰবৰীয়া বজাৰৰ প্ৰেক্ষাগৃহত...

পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিৱেশন খন শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয় প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত...

আমতলৰ শ্ৰী শ্ৰী মহামুনি মন্দিৰত বাৰ্ষিক উৎসৱ

আমতল ভেৰগাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰী মহামুনি মন্দিৰ প্ৰাংগনত এদিনীয়া কাৰ্যসূচীৰে মন্দিৰ খনৰ বাৰ্ষিক উৎসৱ পালন কৰা হয়। ৰাতিপুৱা প্ৰথম কাৰ্য্যসুচী হিচাবে মন্দিৰ পৰিচালনা সমিতিৰ...

দৰঙত বিদ্যুৎ বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড

দৰঙৰ বিদ্যুৎ বিভাগৰ কৰ্ম কাণ্ডই অতিষ্ঠ  কৰিছে গাঁওবাসী ৰাইজক। মাছুল পৰিশোধ কৰাৰ পিছতো বিদ্যুৎ সংযোগ  কৰ্তন কৰাত  কেইবা দিন ধৰি অন্ধকাৰত  আছে এখন গাওঁ ।...

Popular