স্থানীয় বাৰ্তা

বামুণীত সৰস্বতী পূজাত ‘কিতাপৰ উৎসৱ’…

নগাঁও জিলাৰ বামুণী বৰ্ণালী জাতীয় বিদ্যালয়ত কালি সৰস্বতী পূজা পালন কৰাৰ লগতে 'কিতাপৰ উৎসৱ' পালন কৰে। বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসস্থান অতি পিছপৰা পাহাৰীয়া অঞ্চল বামুণীত...

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য চাপানালাৰ চম্পাৱতী জলপ্ৰপাত, আজি মহাকুণ্ডমেলালৈ আগমন ঘটিব হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ…

নগাঁও চহৰৰ পৰা প্ৰায় ৩০ কি: মি: নিলগৰ দক্ষিণ-পূব কোণত অৱস্থিত সেউজ সুন্দৰ চাপানালা অঞ্চল। ইয়াৰ চতুৰ্দিশে অপৰূপ সৌন্দৰ্যৰ আকাৰ চিৰসেউজ চাহ বাগিচাসমূহেও চাপানালাক...

মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান সদৌ অসম কেওট জাতীয় পৰিষদৰ, সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ…

অসমত বসবাস কৰা খিলঞ্জীয়া কেওট জনগোষ্ঠীৰ সংগঠন সদৌ অসম কেওট জাতীয় পৰিষদৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ পৰিষদৰ পৰা যোৱা এক প্ৰতিনিধি দলে...

জামুগুৰিৰ দৰিদ্ৰ পৰিয়াল এটালৈ নামিছে কাল অমানিশা, পৰিয়ালটোৰ তিনিজনেই জটিল ৰোগত আক্ৰান্ত; হৃদয় বান লোকলৈ সহায়ৰ আহ্বান…

সময়ৰ আহ্বানে মানুহক কেতিয়াবা অতি মূমূৰ্ষ অৱস্থালৈ লৈ যায়। তাৰেই এক জলন্ত উদাহৰণ হৈ পৰিছে নগাঁও জিলাৰ বেবেজীয়া সমীপৰ জামুগুৰি গাঁৱৰ দ-ঘাতৰ প্ৰয়াত মনেশ্বৰ...

নাজিৰাত ‘নাৰী উন্নতি’ৰ উদ্যোগত কে’ক বেকিং কৰ্মশালা…

নাজিৰাৰ অন্যতম মহিলা স্বেচ্ছাসেৱী সংগঠন নাৰী উন্নতিৰ উদ্যোগত আৰু বেচমেন্ট কম্পিউটাৰ ইনষ্টিটিউটৰ সহযোগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সস্থিত বেচমেন্ট কম্পিউটাৰ ইনষ্টিটিউটত মহিলা সকলৰ বাবে ১১...

Popular