স্থানীয় বাৰ্তা

গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত মা অনুষ্ঠানঃ শতাধিক আই মাতৃক সম্বৰ্ধনা…

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত, গোগামুখ মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত আৰু লখিমপুৰৰ অগ্ৰণী ব্যৱসায়ীক প্ৰতিষ্ঠান জি বৰদলৈ এন্টাৰপ্ৰাইজৰ...

APSC ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ উজলিল লখিমপুৰৰ সোৱণশিৰি পাৰৰ চুমনি মেদক গাঁৱৰ মনোজ কুমাৰ মেদক…

লখিমপুৰ জিলাৰ সোৱণশিৰি পাৰৰ চুমনি মেদক গাঁৱৰ মনোজ কুমাৰ মেদকে অসম লোকসেৱা আয়োগ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।...

APSC পৰীক্ষাৰ ফলাফলত উজলিল মৈৰাবাৰীৰ হাফিজ মহচিন ছিদ্দিক…

মৰিগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰী অঞ্চলৰ বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক তথা ব্যবসায়ী আবু বাক্কাৰ চাহাবৰ দ্বিতীয় পুত্ৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হাফিজ মহচিন ছিদ্দিক সদ্যঘোষিত...

বুধবাৰে চিচিবৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ সম্মুখত চিচিবৰগাঁও উপ-জিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবীত হৈ থকা প্ৰতিবাদে ভৰি দিলে ১৯ দিনত…

সদ্য ঘোষিত চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত যোৱা ৩০ ডিচেম্বৰৰ পৰা চলি থকা চিচিবৰগাঁৱৰ ৰাইজৰ অৱস্থান ধৰ্মঘটে আজি ১৯ দিনত ভৰি...

শিৱসাগৱৰ বৰ্ডিং খেলপথাৰত প্ৰথমবাৰৰ বাবে ঘৰচীয়া কুকুৰ পোৱালীৰ প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন…

শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত পোন প্ৰথমবাৰৰ বাবে ঘৰচীয়া কুকুৰ পোৱালীৰ প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন। Gogoi's squad kennelৰ উদ্যোগত, পশু পালক আৰু পশু চিকিৎসা বিভাগ, শিৱসাগৰৰ...

Popular