উক্ত সভাত বিজ্ঞান একাডেমীৰ নৱ নিযুক্ত অধ্যক্ষ ৰহমত উল্লাহ উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে সোণতলী অঞ্চলৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হ’বলৈ গৈ আছে। উল্লেখ্য যে সোণতলী অঞ্চলত বহু বছৰ পূৰ্বে এখন উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা স্থাপন কৰিব লাগিছিল।কিন্ত সেই সময়ত সোণতলীত বিজ্ঞান শাখাত পঢ়িবলৈ কোনো সুবিধা নথকাৰ বাবে এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে দুৰ-দূৰণিত পঢ়িব লগীয়া হৈছিল। বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ ইচ্ছা থাকিলেও ধনৰ অভাৱত পঢ়িবলৈ সক্ষম হোৱা নাছিল। এই অনুষ্ঠানৰ জৰিয়তে বৃহত্তৰ সোণতলী অঞ্চলৰ দুখীয়া তথা মেধাবী ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া ভাবে বিজ্ঞান শাখাত পঢ়িবলৈ সুবিধা পাব।
জানিব পৰা মতে উক্ত অনুষ্ঠান খন সোণতলী আঞ্চলিক বিজ্ঞান মহাবিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে পৰিচালিত হ’ব। উক্ত অনুষ্ঠাত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আশ্ৰাফ উদ্দিন আহমেদ, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সহ অধ্যাপক ইয়াছিন আলী,
সকলোৱে বিচাৰে যে তেওঁলোকৰ ছাল স্বাস্থ্যৱান, ধুনীয়া আৰু পৰিষ্কাৰ হ’ব। যেতিয়া আমাৰ ছাল ধুনীয়া হয়, আমাৰ আত্মবিশ্বাসো বৃদ্ধি হয়। একে সময়তে, আমি পৰিষ্কাৰ ছাল পাবলৈ নাযাওঁ।
কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ছালৰ সৌন্দৰ্য বাহ্যিক স্বাস্থ্যৰ লগতে আভ্যন্তৰীণ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি জানেনে যে আমাৰ শৰীৰ যিমানে স্বাস্থ্যৱান, আমাৰ ছাল সিমানেই উজ্জ্বল। এনে পৰিস্থিতিত, যদি আপুনিও আপোনাৰ ছাল স্বাস্থ্যৱান আৰু নিষ্কলঙ্ক কৰিব বিচাৰে, আপুনি আপোনাৰ আহাৰত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিব পাৰে। আহক আমি ইয়াত আপোনাক কওঁ যে আপুনি নিজকে আৰু ছাল স্বাস্থ্যৱান কৰি ৰাখিবলৈ আহাৰত কি কি কি বস্তু অন্তৰ্ভুক্ত কৰিব পাৰে।
ছালখন সুন্দৰ কৰিবলৈ এই বস্তুবোৰ আপোনাৰ আহাৰত ৰাখিব-
1) বিলাহী – বিলাহীত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াত লাইকোপেন থাকে। ই ছাল উন্নত কৰাত সহায় কৰিব পাৰে। ইয়াৰ বাবে, আপুনি আপোনাৰ আহাৰত বিলাহীবোৰ স্মুদিৰ ৰূপত অন্তৰ্ভুক্ত কৰিব পাৰে।
2) অমিতা – ছালৰ যত্নত আন এক অতি ভাল খাদ্য হৈছে অমিতা, যি আপোনাৰ ছাল পৰিষ্কাৰ আৰু শালমইনা মুক্ত ৰাখে। অমিতাত অমিতা থাকে যি ইমান কাৰ্যকৰী যে ই ছালৰ মৃত কোষবোৰো সহজে আঁতৰ কৰে। কেৱল সেয়াই নহয়, ই আপোনাৰ মুখৰ দাগবোৰো আঁতৰ কৰিব।
কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত মাৰপিট।কেইবাগৰাকীও ছাত্ৰ গুৰুতৰভাৱে আহত।পুনৰ কটনৰ ঐতিহ্যত কালিমা।কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত কালি নিশা সংঘটিত হয় মাৰপিটৰ ঘটনা৷বিশ্ববিদ্যালয়খনৰ শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাস আৰু ৰজনী কান্ত বৰদলৈ হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা সংঘটিত হয়।এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ফলতে সৃষ্টি হ’ল এই ঘটনা।
অভিযোগ মতে, কটন বিশ্ববিদ্যালয় শ্বহীদ মোজাম্মিল হকৰ ছাত্ৰাৱাসৰ আৱাসীক আৰ কে বি হোষ্টেলৰ ছাত্ৰই মাৰপিট কৰা লগতে হোষ্টেলটোৰ যথেষ্ট ক্ষতি কৰে।ইটা আৰু বিয়েৰৰ বটল লৈ হোষ্টেলটোৰ কোঠাৰ দুৱাৰ-খিৰিকীৰ গ্লাছ ভঙাৰ লগতে যথেষ্ট ক্ষতি কৰাৰ অভিযোগ উঠিছে৷মাৰপিটৰ ঘটনাত কেইবাগৰাকীও ছাত্ৰ গুৰুতৰভাৱে আহত হয়।এজনৰ মূৰ ফালাৰ ফলাত ১৬ টাকৈ চিলাই পৰিছে বুলি জানিব পৰা গৈছে।