ৰাইজৰ বাৰ্তা

নৈশ বাছ সেৱাৰ টিকট কাউন্টাৰৰ যুবক সকলৰ পানীত হাঁহ নচৰা অৱস্থা

নাই  মোমাইতকৈ কণা মোমাই সাৰ,  এই আপ্তবাক্য  শাৰী প্ৰযোজ্য হৈছিল বিগত বছৰৰ মহামাৰী কৰ'নাৰ সময়ত । কিয়নো ৰাজ্য চৰকাৰে মহামাৰী কৰ'নাৰ লকডাউনৰ সময় চোৱাত  প্ৰায়...

ক’ভিড যুঁজত মাজবাটৰ আদৰ্শ মুলক বাহিপুখুৰী চাহ বাগিছা

ওদালগুৰি জিলাৰ ভিতৰতেই মাজবাটৰ নিলগৰ ধনশ্ৰী টি কোম্পানীৰ উল্লেখযোগ্য আৰু  প্ৰশংসনীয়  চাহ বাগিচা হৈছে বাহিপুখুৰী চাহ বাগিচা । বৰ্দ্ধিত মহামাৰী ক'ভিড কালত অসমৰ বহু...

মাণিকপুৰ কোভিড কেয়াৰ চেন্টাৰৰ কদৰ্য ৰূপ। নৰক যন্ত্ৰনাত কোভিড ৰোগী

সদায় শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে স্বাস্থ্য বিভাগত কিমান সহনশীলতাৰে উন্নয়ন কৰিছে তাৰেই এক বাস্তৱ প্ৰতিছব্বি দেখুৱাম এই প্ৰতিবেদনৰ জৰিয়তে। বঙাইগাঁও জিলাৰ মাণিকপুৰ...

এম এ চিৰ কেবিনেটত কেবাটাও দপ্তৰৰ সাল-সলনিঃ নতুন কাৰ্যবাহী সদস্যৰ নিযুক্তিঃ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য  পৰমানন্দ ছায়েঙ্গীয়াৰ নেতৃত্বত আৰু  মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষতাত আজি পৰিষদৰ কাৰ্যালয়ত এখনি কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ উক্ত...

কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ দেহাৱসান: সমগ্ৰ ওদালগুৰিত শোকৰ ছাঁ

ওদালগুৰি জিলাৰ ডিমাকুছিৰ  বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা যোৱা নিশা প্ৰায় ১:১৫ বজাত পৰলোক প্ৰাপ্তি ঘটে৷  ডেকাকালৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ...

Popular