ৰাইজৰ বাৰ্তা

নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ ছত্ৰছায়াত বালিৰ চিণ্ডিকেট

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় সম্প্ৰতি দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বনাঞ্চলিক বিষয়া (ৰেঞ্জাৰ) ভূপেন চন্দ্ৰ দাসৰ...

লাহোৱাল সমষ্টিৰ বিধায়কৰ উদ্যোগত খনিকৰত বানাক্ৰান্তৰ বাবে সমূহীয়া কঠীয়া সিচাঁৰ কাৰ্যসূচীৰ শুভাৰম্ভ

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ কৃষি  বিভাগৰ মানকটা কৃষিচক্ৰৰ এলেকাস্থিত নিজ খনিকৰ গাৱঁৰ ৮হেক্টৰ মাটিত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ উদ্যোগত,ডিব্ৰুগড় জিলাৰ...

ছবছৰেও নিৰ্মাণ অসম্পূৰ্ণ,টীয়ক ৰজাবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ অচলাৱস্থা

স্বাধীনতাৰ দহ বছৰৰ পাছতেই জাঁজীমুখৰ বিভিন্ন এলেকা আৰু বৃহত্তৰ ৰজাবাৰী অঞ্চল সামৰি স্থাপন হৈছিল এখন ৰাজ্যিক পশু চিকিৎসালয় ।পৰবৰ্তী সময়ত টীয়কৰ সুসন্তান তথা সিংহ...

ওৰাঙৰ ধনশ্ৰী চাহ বাগিচাত ২০ কিলো গাঞ্জা সহ এজনক গ্ৰেপ্তাৰ মাজবাট আৰক্ষীৰ

ওদালগুৰি জিলাৰ ওৰাং মৌজা এলেকাৰ  ধনশ্ৰী চাহ বাগিছাত ২৯জুনত ৰাতিপুৱা ৫ মান বজাত ২০ কিলোগ্ৰাম গাঞ্জা সহ এজন লোকক আটক কৰিছে মাজবাট আৰক্ষীয়ে । মাজবাট...

বছৰৰ তৃতীয়তো বানত লাইকা-দধীয়াৰ সমগ্ৰ অঞ্চল জলমগ্ন। চৰকাৰৰ চকুমুদা কুলিৰ চৰম ভূমিকা

বছৰৰ তৃতীয়তো বানত লাইকা-দধীয়াৰ সমগ্ৰ অঞ্চল জলমগ্ন। এনে এক পৰিবেশত বসতি কৰাতো দৈনন্দিন জীৱনত কিদৰে প্ৰভাৱ পেলাব পাৰে ভাৱিলে নোম শিয়ৰি উঠিব। মাহৰ পিছত...

Popular