Breaking

বিলাসীপাৰাত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

0 56

সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰিৰ বেতন বিনাচৰ্তে সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে বুধবাৰে বিলাসীপাৰা শিক্ষা খণ্ড কাৰ্যালয়ত গনতান্ত্ৰিক ভাৱে ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

লগতে বিলাসীপাৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু বিলাসীপাৰা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

-জিয়াৰুল আলম, বিলাসীপাৰা

Leave A Reply