গ্ৰাম্যৰ্থ

নগাঁৱৰ দুটা সমষ্টিক সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ পথৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে পথচাৰীক ৷

ননৈ নগাঁও জিলাৰ বটদ্ৰৱা আৰু নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ এটি অতি গুৰুত্বপূৰ্ণ পথ নগাঁও-বৰভেটি-কাছমাৰী-চকলাঘাট চাৰিআলি মাজ-জাজৰি হৈ জাজৰি শিমলুতল সংযোগী পথটি...

মুখ‍্যমন্ত্ৰীয়ে উদ্ধোধন কৰিব নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্প ।কলিয়াবৰত দুই যুৱকৰ নীল বিপ্লৱৰ অভিনৱ পদক্ষেপ ।

কলিয়াবৰ :  কলিয়াবৰৰ উলুৱনীৰ শৈলেন্দ্ৰ গোস্বামী আৰুমিছাৰ ধনঞ্জয় উপাধ‍্যায়, এই দুই শিক্ষিত যুৱকে দুবছৰৰ আগতে নিজাববীয়া প্ৰচেষ্টাৰে বৈজ্ঞানীক পদ্ধতিৰে কৃটিমভাৱে পানীৰ টেংকীত মাছ পালন আৰম্ভ...

১০ বছৰে মুকলি নহ’ল বকোৰ বদলা উপ-স্বাস্থ্য কেন্দ্ৰ ৷

সোণতলী  বকো সমষ্টিৰ অন্তৰ্গত বদলাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ প্ৰায় ১০ বছৰে ৰাইজৰ বাবে মুকলি নোহোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ অঞ্চলৰ চিকিৎসাৰ সুবিধাৰ্থে স্বাস্থ্য বিভাগে নিৰ্মাণ...

কিষাণ পৰিষদৰ উদ্যোগত টিংখাঙত উন্নত কৃষি বীজ বিতৰণ ।

দৈনন্দিন বাৰ্তাৰ সেৱা, টিংখাং কভিত-১৯ ৰ ভয়ংকৰ সংক্ৰমণে সমগ্ৰ মানৱ জাতিক ত্ৰস্তমান কৰি তোলা সময়তে আজি টিংখাং বিধান সভা সমষ্টিৰ খেতিয়ক সকলৰ মাজত সদ্যগঠিত স্বেচ্ছাসেৱী...

দিকচু গাওঁ পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ : মাটি কঠালৰ খেতিয়ে কঢ়িয়াইছে আশাৰ সঞ্চাৰ

নাজিৰা পৰা দিলীপ হাজৰিকাঃ অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থাত বিভিন্ন দুৰ্নীতিৰ বাতৰিয়ে সঘন শিৰোনাম দখল কৰি থকা সময়তে শিৱসাগৰ জিলাৰ  এখন গাওঁ পঞ্চায়তে হাতত লোৱা উন্নয়নমূলক আঁচনিয়ে...

Popular