ক্রীড়া-জগত

আজিৰে পৰা অসম প্ৰিমিয়াৰ লীগ

আজি অসম ক্ৰিকেটত সূচনা হ’ব এক নতুন অধ্যায়ৰ। শুভাৰম্ভ হ’ব অসম প্ৰিমিয়াৰ লীগৰ মেচ। আঠটা ফ্ৰেনচাইজী দলৰ অংশগ্ৰহণেৰে আৰম্ভ হ'ব APL।

আজি গ্লাছগ’ কমনৱেলথ গেমছৰ বক্সিং ৰিঙত নামিব অসমকন্যা লাভলিনা বৰগোঁহাই

আজি গ্লাছগ’ কমনৱেলথ গেমছৰ বক্সিং ৰিঙত নামিব অসমকন্যা লাভলিনা বৰগোঁহাই

কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন মীৰাবাই চানুৰ

কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন মীৰাবাই চানুৰ, গঢ়িলে দুটাকৈ নতুন বিশ্ব অভিলেখ।

ফিফা বিশ্বকাপ ২০২৬ৰ চেম্পিয়ন স্পেইনঃ আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ দখল কৰিলে স্পেইনে

ফিফা বিশ্বকাপ ২০২৬ৰ চেম্পিয়ন স্পেইনঃ আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ দখল কৰিলে স্পেইনে

অসম প্ৰিমিয়াৰ লীগৰ বাবে কোন দলে কোন খেলুৱৈক ক্ৰয় কৰিলে

তালিকাৰ শীৰ্ষত বিক্ৰী হ'ল ডেনিছ দাস। ১২.৬০ লাখত বৰপেটা ব্ৰেভছে ক্ৰয় কৰিলে ডেনিছক।

Popular