Breaking

Browsing Category

ক্রীড়া-জগত

১০০খন টেষ্ট মেচ সম্পূৰ্ণ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে…

১০০খন টেষ্ট মেচ সম্পূৰ্ণ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। খেলপথাৰত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিশেষ স্মাৰক টুপী প্ৰদান কৰিলে অশ্বিনক। এই সুখৰ মুহূৰ্তত উপস্থিত থাকে অশ্বিনৰ পত্নী আৰু তেওঁৰ দুই কন্যা।
Read More...

আৰ ই চি পূৱ মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ খেলুৱৈৰ অনন্য প্ৰদৰ্শন, কোৱাৰ্টাৰ ফাইনেলত স্থান…

চলিত আৰ ই চি পূৱ মণ্ডল মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাত অসমৰ নৱাগত খেলুৱৈসকলে অনবদ্য প্ৰদৰ্শন কৰি ছেমিফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা
Read More...

গুৱাহাটীত খেল মহাৰণৰ কাবাদী প্ৰতিযোগিতা আৰম্ভ…

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে আয়োজন কৰা অসম খেল মহাৰণ, ২০২৩ৰ ৰাজ্যিক পৰ্যায়ৰ কাবাদী প্ৰতিযোগিতাসমূহ কামৰূপ মহানগৰ জিলা
Read More...

দৰং জিলাৰ সুস্মিতা ডেকাই অংশগ্ৰহণ কৰিব উত্তৰ প্ৰদেশত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন…

দৰং জিলাৰ মঙ্গলদৈ বিধানসভা সমষ্টিৰ ঔতলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কপিলিসত্ৰ গাঁৱৰ নিবাসী পিতৃ ডিম্বেশ্বৰ ডেকা আৰু মাতৃ নিতুমনি ডেকাৰ ছোৱালী শ্ৰীসুস্মিতা ডেকাই KHELO INDIA ASMITA ৰ ৰাজ্যিক পৰ্যায়ৰ যোগাসন প্ৰতি যোগিতাৰ RHYTHMIC PAIR JUNIOR
Read More...

মেচৰ পূৰ্বে বিৰাট কোহলীৰ ভিডিঅ’ চাই এইগৰাকী মহিলা ক্ৰিকেটাই…

বৰ্তমান মহিলাৰ আই পি এল অৰ্থাৎ মহিলা প্ৰিমিয়াৰ লীগ (WPL 2024) হৈছে আছে। প্ৰতিযোগিতাখনৰ প্ৰায় আধা অৰ্থাৎ ১০খন মেচ খেলা হৈছে। বৰ্তমান পইণ্ট তালিকাত শীৰ্ষ স্থানত আছে দিল্লী কেপিটেলছৰ দল। মেগ লেনিনৰ অধিনায়কত্বত থকা দিল্লীয়ে ৪খন খেলৰ ভিতৰত
Read More...

দৰং জিলাৰ মিনাক্ষী গোস্বামীয়ে অসম দলৰ হৈ খেলিবলৈ সুযোগ লাভ উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া…

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দেওমৰনৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বড়িগাওঁ নিবাসী পিতৃ দয়ানন্দ গোস্বামী আৰু মাতৃ নিলিমা গোস্বামীৰ ছোৱালী শ্ৰীমিনাক্ষী গোস্বামীয়ে KHELO INDIA ASMITA ৰ ৰাজ্যিক পৰ্যায়ৰ যোগাসন প্ৰতি যোগিতাৰ RHYTHMIC PAIR
Read More...

ক্ৰিকেটৰ ছুপাৰষ্টাৰ ছাইকা ইছাকৰ জীৱন সংগ্ৰাম বহুতৰে বাবে আদৰ্শ হৈ ৰ’ব…

"ছাইকাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে নিকৃষ্ট। তাই অতি কম বয়সতে দেউতাকক হেৰুৱাইছিল ছাইকাই আৰু ইমান বস্তি অঞ্চলৰ পৰা আহি পঢ়া বা খেলাটো এজনী ছোৱালীৰ বাবে এক অবিশ্বাস্য কথা।" ইমান দূৰলৈ আহি ভাৰতৰ হৈ ক্ৰিকেট খেলিছে ছাইকাই।’- ছাইকা ইছাকৰ
Read More...

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সফল সামৰণি, চণ্ডীগড় বিশ্ববিদ্যালয় শ্ৰেষ্ঠ দল; প্ৰত্যাশা ৰয়…

গুৱাহাটীত অনুষ্ঠিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আজি সফল সামৰণি পৰিছে৷ এইবাৰ প্ৰতিযোগিতাত চণ্ডীগড় বিশ্ববিদ্যালয়ে পদক তালিকাৰ শীৰ্ষস্থানত থাকি চেম্পিয়ন ট্ৰফী দখল কৰে৷ অন্তিমদিনা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বক্সাৰে পাঁচটা সোণ, এটা ৰূপ
Read More...

ইংলেণ্ডৰ বিৰুদ্ধে ধৰ্মশালাত অনুষ্ঠিত হ’বলগীয়া পঞ্চম আৰু অন্তিম টেষ্টৰ বাবে ভাৰতৰ দল ঘোষণা…

বৃহস্পতিবাৰে বিচিচিআইয়ে ঘোষণা কৰে যে ৭ মাৰ্চৰ পৰা ধৰ্মশালাত অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম আৰু অন্তিমখন টেষ্ট মেচৰ বাবে টিম ইণ্ডিয়াৰ ১৬ জনীয়া দল। নিজৰ কামৰ বোজা পৰিচালনাৰ বাবে ৰাঁচীত চতুৰ্থখন টেষ্টৰ বাবে জিৰণি লোৱা এছ পেচাৰ
Read More...