Tag: ASSAM

Browse our exclusive articles!

গোগামুখ মহাবিদ্যালয়ত কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা সম্পন্ন; তক্ষশীলা শিক্ষা প্ৰতিষ্ঠানে দিব ইউ পি এছ চিৰ পাঠদান

ধেমাজি জিলাৰ গোগামুখৰ  আগশাৰীৰ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ভাৰতৰ প্ৰখ্যাত চিভিল ছাৰ্ভিচৰ শিক্ষা প্ৰতিষ্ঠান  তক্ষশীলা এ স্কুল অব  চিভিল ছাৰ্ভিচৰ সহযোগত গোগামুুখ মহাবিদ্যালয়ৰ...

আৰ্তজনৰ কাষত গোগামুখৰ স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰণঃ জটিল ৰোগত আক্ৰান্ত যুৱকক চিকিৎসা সাহায্য

গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা উত্তৰণৰ সামাজিক-সাংস্কৃতিক কাৰ্যসূচী অব্যাহত আছে৷ তেওঁলোকৰ সামাজিক কামৰ অংশ হিচাপে ধেমাজি জিলাৰ  গোগামুখ চাউলধোৱা বলিগাঁৱৰ মহেন্দ্ৰ নাথ নামৰ এগৰাকী যুৱকক...

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ…

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল অসম আৰক্ষী। ৰিপুণ বৰাসহ প্ৰতিবাদীক আটক। তৃণমূলৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰক ৰিপুণ বৰাৰ...

নৰ্থ ইষ্ট মডেলিংত নাম উজলিল গোসাইগাঁৱৰ কৰ্ত্তীমাৰী গাঁৱৰ জিয়ৰী মধুমিতা ভদ্ৰৰ…

নৰ্থ ইষ্ট মডেলিংত নাম উজলিল গোসাইগাওঁৰ কৰ্ত্তীমাৰী গাওঁৰ জিয়ৰী মধুমিতা ভদ্ৰৰ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কৰ্ত্তীমাৰী গাঁৱৰ স্বৰ্গীয় প্ৰশান্ত ভদ্ৰ আৰু মিঠু ভদ্ৰৰ একমাত্ৰ...

অনাস্থা প্ৰস্তাৱৰ সময়ত প্ৰধানমন্ত্ৰী মোদীলৈ ৩ টা প্ৰশ্ন গৌৰৱ গগৈৰ…

অনাস্থা প্ৰস্তাৱত প্ৰধানমন্ত্ৰী মোদীলৈ ৩ টা প্ৰশ্ন কংগ্ৰেছৰ। লোকসভাত অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ সময়ত গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৩টা প্ৰশ্ন কৰে ১০ আগষ্টলৈকে। আলোচনাৰ...

Popular

নেপালী সাহিত্য সভাৰ উদ্যোগত ওদালগুৰিত ৩৫তম্ নেপালী ভাষা মান্যতা দিবস উদযাপনঃ কৃতি ছাত্ৰ-ছাত্ৰীক অহিমান স্মৃতি পুৰস্কাৰ প্ৰদান

নেপালী সাহিত্য সভাৰ উদ্যোগত ওদালগুৰিত ৩৫তম্ নেপালী ভাষা মান্যতা দিবস উদযাপনঃ কৃতি ছাত্ৰ-ছাত্ৰীক অহিমান স্মৃতি পুৰস্কাৰ প্ৰদান

নীলাচল জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰে মুখামুখি অনুষ্ঠানত পৰেশ বৈশ্যঃ ডাটা আৰু দক্ষতাহে হ’ব জীৱন-জীৱিকাৰ মাপকাঠী

নীলাচল জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰে মুখামুখি অনুষ্ঠানত পৰেশ বৈশ্যঃ ডাটা আৰু দক্ষতাহে হ'ব জীৱন-জীৱিকাৰ মাপকাঠী

শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সাহাৰ্য, শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন

শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সাহাৰ্য, শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন

সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী

সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী । ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ শাস্ত্ৰীয় সংগীতত স্থান লাভ

Subscribe

spot_imgspot_img