Tag: ASSAM

Browse our exclusive articles!

মালিগাঁও নিৰ্মীয়মান উৰণীয়া সেঁতুত ভয়ংকৰ ঘটনা! দলঙৰ ওপৰৰ পৰা পৰিল প্ৰকাণ্ড লোহাৰ প্লেট, ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেঁতুত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা মানুহৰ গাত সৰি পৰিল প্ৰকাণ্ড লোহাৰ প্লেট। ঘটনাক লৈ মালিগাঁৱত সৃষ্টি...

ৰাজ্যত পুনৰ হাতী পোৱালীৰ কৰুণ মৃত্যু

ৰাজ্যত পুনৰ হাতী পোৱালীৰ কৰুণ মৃত্যু ৷ এক সপ্তাহৰ ব্যৱধানতে মৃত্যু তিনিটাকৈ হাতী পোৱালীৰ৷ পূৰ্বৰ দুয়োটা হাতী পোৱালী পানী ভৰ্ত্তি কুঁৱাত পৰি মৃত্যু হোৱাৰ...

খাৰঘূলিস্থিত জাইকাৰ প্রকল্প পৰিদৰ্শন মন্ত্রী অশোক সিংঘালৰ…

পুৱাই খাৰঘূলিস্থিত জাইকাৰ প্রকল্প পৰিদৰ্শন মন্ত্রী অশোক সিংঘালৰপৰিদৰ্শকালত উপস্থিত নাছিল কাৰিকৰী বিভাগৰ কোনো কৰ্মচাৰী কৰ্তব্যত গাফিলতি আৰু অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে হ’ব ব্যৱস্থাজল ব’ৰ্ডক ব্যৱস্থা গ্রহণ...

ৰাষ্ট্ৰীয় স্কুল গেমছ টেনিছত অন্তৰীক্ষ তামূলীৰ ৰূপৰ পদক অৰ্জন

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্যৰ ধাৰা অব্যাহত আছে। যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা এই বহু ইভেণ্টৰ প্ৰতিযোগিতাৰ ১২ জুন, সোমবাৰে সামৰণি...

কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু এখন শ্লুইছ গেট পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি আৰু এখন শ্লুইছ গেট পৰিদৰ্শন কৰে৷ শেহতীয়াকৈ...

Popular

অসমৰ বানপীড়িতৰ কাষত ভূটানৰ ৰজা, উদ্ধাৰ আৰু পুনৰ্নিৰ্মাণত সহায়ৰ আশ্বাস

অসমৰ বানপীড়িতৰ কাষত ভূটানৰ ৰজা, উদ্ধাৰ আৰু পুনৰ্নিৰ্মাণত সহায়ৰ আশ্বাস

বান সাহায্যৰ ধনৰ ব্যৱহাৰক লৈ বিতৰ্ক: নীলোৎপল বৰাৰ স্বচ্ছ তদন্তৰ দাবী

বান সাহায্যৰ ধনৰ ব্যৱহাৰক লৈ বিতৰ্ক: নীলোৎপল বৰাৰ স্বচ্ছ তদন্তৰ দাবী

চমোলীৰ সুৰংগ দুৰ্ঘটনা: ৭ শ্ৰমিকৰ মৃত্যু, ৩জন সন্ধানহীন; শ্ৰমিকৰ সংখ্যাক লৈ কোম্পানীৰ গাফিলতি

চমোলীৰ সুৰংগ দুৰ্ঘটনা: ৭ শ্ৰমিকৰ মৃত্যু, ৩জন সন্ধানহীন; শ্ৰমিকৰ সংখ্যাক লৈ কোম্পানীৰ গাফিলতি

বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিলে বিজয়ৰ পত্নী সংগীতাই, ভাইৰেল ১৯৯৯ৰ বিবাহৰ ফটো

বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিলে বিজয়ৰ পত্নী সংগীতাই, ভাইৰেল ১৯৯৯ৰ বিবাহৰ ফটো

Subscribe

spot_imgspot_img